Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বকোৰ গৌৰৱ নবীন ৰাভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ISL ইণ্ডিয়ান চুপাৰ লিগ খেলিবলৈ

publisher by publisher
July 11, 2020
in Assam, News, Sports
Reading Time: 1 min read
0
বকোৰ গৌৰৱ নবীন ৰাভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ISL ইণ্ডিয়ান চুপাৰ লিগ খেলিবলৈ
1
SHARES
11
VIEWS
ShareShareShareShare

দূৰ্গা বড়ো, এলেন দেউৰী আৰু হলিচৰণ নাৰ্জাৰীৰ পাছতে আন এজন অসম সন্তানে খেলিব ISL ইণ্ডিয়ান চুপাৰ লিগ। বকোৰ গৌৰৱ নবীন ৰাভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিত তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ইণ্ডিয়ান চুপাৰ লিগ খেলিবলৈ। বকোৰ খাটাজুলি নিবাসী গজেন ৰাভা আৰু অহল্যা ৰাভাৰ পুত্ৰ নবীন ৰাভা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ নবীন ৰাভাই ২০০৭ত বন্দাপাৰা কামৰূপা ফুটবল কোচিং চেণ্টাৰত ৰঞ্জিত দাসৰ তত্বাৱধানত ফুটবল খেলৰ প্ৰশিক্ষণ লৈ ফুটবল জগতত জপিয়াই পৰে। দৃঢ় সংকল্পৰে নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত নবীন ৰাভাই থমকি নৰ’ল ।

ADVERTISEMENT

একাদিক্ৰমে ২০০৮ত অসম দলৰ হৈ খেলে নবীন ৰাভাই। ২০০৯ৰ পৰা ২০১৩চনলৈ ছাই হোষ্টেল (ট্ৰেইনিঙ স্পৰ্টচ অৰ্থৰিটি অব ইণ্ডিয়া)ত প্ৰশিক্ষণ লয়। প্ৰশিক্ষণ লৈ থকা অৱস্থাত২০১১/২০১২চনত ভাৰতীয় দলৰ হৈ খেলে । তাৰ পাছত ২০১৩/২০১৫ চনত শ্বিলং লাজঙ ফুটবল ক্লাৱত যোগদান কৰে । ২০১৫ৰ পৰা২০১৭ চনলৈ অইল ইণ্ডিয়া দুলিয়াজানত দুইবছৰৰ বাবে চুক্তিবদ্ধ হয়। ২০১৭ত গুৱাহাটী এজি অফিচ জইন কৰে। তাৰ পাছত ২০১৮ত  হাইদৰাবাদ এফচি ক্লাৱ জইন কৰি চেকেণ্ড ডিবিজন আইলিগ খেলে । ২০১৮/১৯ত পুনৰ শ্বিলং লাজং ক্লাৱত এবছৰৰ বাবে যোগদান কৰিছিল ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

২০১৯/২০২০ত কতো যোগদান নকৰাকৈ থাকি এইবাৰ ২০২০/২০২১, ২০২১/২০২২, ২০২২/২০২৩লৈ তিনি বছৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফচিত চুক্তিবদ্ধ হৈছে তিনিবছৰৰ বাবে ISL খেলিবলৈ। ইতিমধ্যে বকোৰ গৌৰৱ খেলুৱৈগৰাকীক বৃহত্তৰ বকো অঞ্চলৰ বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাইছে । বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নিৰ্দেশত বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, বকো ব্লক মহিলা সমিতিৰ সভানেত্ৰী খনা দাস, সা:সম্পাদিকা মীৰা খাখলাৰীসহ এটা সঁজাতী দলে নবীন ৰাভাক নিজৰ বাসভৱনত শৰাই আৰু গামোছাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ভৱিষ্যত উজ্বল কামনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBoku
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d