অপেক্ষাৰ অন্ত পৰিলঃকৰ’না ভাইৰাছৰ প্ৰথম পৰীক্ষা সফলতাৰে সম্পন্ন

corona vaccine

সমগ্ৰ বিশ্বত কৰ’নাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৰাছিয়াই ।মস্কোৰ এখন বিশ্ব বিদ্যালয়ৰ দাবী যে তেওঁলোকে কৰ’না ভেকচিনৰ সফল প্ৰয়োগ মানৱ শৰীৰৰ ওপৰত কৰিছে ৷সম্প্ৰতি ৰাছিয়াৰ এই দাবীত সমগ্ৰ বিশ্বক উৎসাহিত কৰিছে ৷

ADVERTISEMENT

অৱশ্যে ইয়াৰ পূৰ্বে বিশ্বৰ একাধিক দেশেই কৰ’না ভেকচিনৰ উদ্ভাৱন সন্দৰ্ভত দাবী কৰিছিল যদিও বাস্তৱত সফল নহ’ল ৷সেয়েহে ৰাছিয়াই কৰা দাবী যাতে আন দেশৰ দৰে পুনৰাবৃত্তি নহয় তাৰ কাৰণে চিকিৎসকসকল আশংকাত ভূগিছে ৷ইফালে মস্কোৰ চেচেনভ বিশ্ববিদ্যালয়ে প্ৰথমে মানৱ শৰীৰত কৰ’নাৰ ভেকচিন সফল প্ৰয়োগ কৰিছে বুলি দাবী কৰিছে ৷বিগত ১৮ জুনত চেচেনভ বিশ্ববিদ্যালয়ে ভেকচিনটোৰ পৰীক্ষণৰ কাম কৰিছিল ।

Exit mobile version