আজি ইউৰোপীয় সংঘৰ সৈতে ভাৰতে অসামৰিক পাৰমানৱিক চুক্তি স্বাক্ষৰৰ বিষয়ত সহমত ব্যক্ত কৰে ৷ ভাৰত চীনৰ লগতে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা ভাবুকিৰ পিচতে ইউৰোপীয় সংঘৰ এই চুক্তি ভাৰতৰ কাৰণে উল্লেখ্যনীয় হৈ উঠিছে ৷ এই চুক্তিৰ সন্দৰ্ভত ভাৰতে সুদীৰ্ঘ ১৩ বছৰ ধৰি অসামৰিক পাৰমাণৱিক চুক্তি স্বাক্ষৰ বিষয়ক লৈ আলোচনা চলাই আহিছিল ৷ অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে ৷ আনহাতে ভাৰত ইউৰোপীয় সংঘ সন্মিলনত অংশ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
ইউৰোপীয় সংঘৰ সৈতে অসামৰিক পাৰমানৱিক চুক্তি ভাৰতৰ
-
By publisher

- Categories: India, News
- Tags: European Unionindia
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026