কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অখিল গগৈৰ বিৰুদ্ধে কে’বাটাও গোচৰত জামিনৰ শুনানি আছিল ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিলৰ বিৰুদ্ধে থকা চাবুৱা থানাৰ গোচৰ নং ১২৪৩/২০২০, ১২১৭/২০২০/১২১৯/২০২০ ৰ জামিন প্ৰদান কৰে । আনহাতে অখিল গগৈৰ মুক্তি আৰু উন্নত চিকিৎসাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে চৰকাৰক আহ্বান কৰিছে ৷ আন দুটা গোচৰৰ শুনানি হ’ব ২১ জুলাইত ৷
এটা গোচৰত অখিল গগৈৰ জামিন লাভ
-
By publisher

- Categories: Assam, News
- Tags: AKHIL GOGOIAssam
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026