কাজিৰঙাৰ ৰাইজিং ছান স্কুল, কঁহৰাত স্থাপন কৰা এটা বান সাহায্য শিবিৰ আজি পুৱা পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই প্ৰতিকূল সময়ত বন্যাৰ্তসকলৰ লগতে জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীজনে দুহাৰে। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বৰজুৰি গাঁওস্থিত ‘বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ’ত সতীৰ্থ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ স’তে উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতি আৰু জীৱ-জন্তুৰ শেহতীয়া অৱস্থাৰ বুজ লয়।
বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ ল’বলৈ কাজিৰঙাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025