ৰাজ্যৰ সাত কাৰাগাৰত ২৩৯ জন হাজোতী-কয়দী কৰ’নাত আক্ৰান্ত । ইয়াৰে সুস্থ হৈছে পাঁচজন । সৰ্বাধিক ২০৬ জন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বুলি ইতিমধ্যে জনাইছে কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক দশৰথ দাসে ।ইপিনে, ক’ভিডৰ ভয়াৱহতাৰ বাবে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ ড:বসন্ত কুমাৰ দলে ।
ADVERTISEMENT