মহানগৰীৰ বাৰবাৰীৰ মেগজিনত শনিবাৰে পুৱাই চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ | ডিভাইডাৰৰ মাজত থকা গছত চিপ লৈ থকা নিপন ডেকা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে | দুই-তিনিদিন পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ | মৃত্যুৰ কাৰণ এতিয়া জনা হোৱা নাই বুলি আৰক্ষীয়ে সদৰী কৰিছে | লোকজনৰ ৱেল্ডিংৰ কামৰ লগত জড়িত আছিল |
মহানগৰীত পুৱাই চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026