কৰ’না আক্ৰান্তৰ জ’ন ৰূপে পৰিণত মহানগৰীৰ বিৰুবাৰী অঞ্চল

containment fancy e1593865684513

মহানগৰীৰ বিৰুবাৰী অঞ্চল কৰ’নাৰ আক্ৰান্তৰ জ’নত পৰিণত হৈছে । আজি অঞ্চলটোত অনন্ত কলিতা নামৰ ব্যক্তি এগৰাকী নতুনকৈ কৰ’নাত আক্ৰান্ত হয়। ব্যক্তি গৰাকী বিৰুবাৰীৰ শংকৰপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ইয়াকে লৈ অঞ্চলটোত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে । অতি শীঘ্ৰে অঞ্চলটোত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷

Exit mobile version