- কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তিনিচুকীয়াত ।
- তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ অৱস্থিতি ।
- দিনৰ ভাগত বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক মন্ত্ৰী সঞ্জয় কিষান, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইলৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত চেক বিতৰণ কৰিছিল উপায়ুক্ত ভাষ্কৰ পেগুৱে ।
- ইফালে উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল ।
- উপায়ুক্ত গৰাকীৰ কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷
তিনিচুকীয়াত জিলা উপায়ুক্তৰ শৰীৰত কৰ’না পজিটিভ
