গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা ছাৰ্জিল ইমামম শৰীৰত ওলাইছে কৰ’না ভাইৰাছ। ইতিমধ্যে আজি দিল্লীলৈ ছাৰ্জিলক নিবলৈ গুৱাহাটীত আহি উপস্থিত হৈছিল দিল্লী আৰক্ষী। দিল্লীলৈ নিয়াৰ আগত কৰ’না পৰীক্ষা কৰোৱা হৈছিল ছাৰ্জিলক । উল্লেখযোগ্য যে উত্তৰ পূবক দেশৰ পৰা দ্বিখণ্ডিত কৰাৰ কথা কৈছিল ছাৰ্জিলে ৷ ইয়াৰ পিছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাৰ্জিলক। আনহাতে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷
ছাৰ্জিল ইমামৰ শৰীৰত কৰ’না
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamCovid-19GuwahatiGuwahati Central JailSharjeel Imam
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026