- সোমবাৰৰ পৰা গুৱাহাটীত আনলক-১ৰ সময়ত কিছু শিথিলতা পৰিলক্ষিত হৈছে ৷
- ইয়াৰ মাজতে কামৰূপ জিলা প্ৰশাসনে জাৰী কৰিছে যে পথৰ দুয়োকাষে খুলিব পাৰিব হোটেল ৰেষ্টুৰেন্টসমূহ।
- অৰ্থাৎ অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে এদিন বাওঁফালে বা এদিন সোঁফালে থকা নিয়ম নাথাকিব হোটেল ৰেষ্টুৰেণ্টসমূহৰ ক্ষেত্ৰত ৷
- কিন্তু গ্ৰাহকে অনলাইন যোগেহে হোটেল ৰেষ্টুৰেণ্টৰ খাদ্য অৰ্ডাৰ দিব পাৰিব ।
হোটেল ৰেষ্টুৰেণ্টসমূহৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা
-
By publisher

Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
By
publisher
April 24, 2026