কৰ’না মহামাৰীৰ মাজতে ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আই পি এল ৷ এই ঘোষণা কৰিছে আই পি এলৰ চেয়াৰ মেন বৃজেশ পেটেলে ৷ ২০২০ ৰ ডুবাইত অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব ৮ নবেম্বৰত ৷ কাজিৰঙাৰ বানৰ ছবিয়ে বিধ্বস্ত কৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামছৰ ৷ কাজিৰঙাৰ বানৰ সন্দৰ্ভত উদ্বিগতা ব্যক্ত কৰি ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰলৈ এখন পত্ৰ লিখিছে। উল্লেখযোগ্য যে ইতিমধ্যে কাজিৰঙাৰ বানত কবলত ১২৩ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে।
১৯ ছেপ্তেম্বৰৰ পৰা হ’ব আই পি এল
-
By publisher

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026