ৰাষ্ট্ৰপতি ভৱনৰ পৰা অসম অভিমুখে আহি আছে কে’বাখনো ট্ৰাক | কৰ’না আৰু বানৰ সাহায্য লৈ অসমৰ অভিমুখে আহি থকা ট্ৰাক কেইখনৰ যাত্ৰাৰ শুক্ৰবাৰে আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দই | উল্লেখ্য যে ট্ৰাককেইখনে অসমৰ সমান্তৰালভাৱে বিহাৰ আৰু উত্তৰ প্ৰদেশলৈও কঢ়িয়াই আনিছে সাহায্য |
ৰাষ্ট্ৰপতি ভৱনৰ পৰা অসম অভিমুখে ট্ৰাক , কিন্তু কিয় ?
-
By publisher

- Categories: COVID-19, India, News
- Tags: Covid-19Flood ReliefindiaRAM NATH KOVINDUttar Pradesh
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026