Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহৰ প্ৰকৃতি নীড় ল’জত নাৰীদেহ বেহাৰ ঘটনা

publisher by publisher
July 26, 2020
in Assam, News
Reading Time: 1 min read
0
মানাহৰ প্ৰকৃতি নীড় ল’জত নাৰীদেহ বেহাৰ ঘটনা
1
SHARES
11
VIEWS
ShareShareShareShare

ল’জ ছীল কৰাৰ দাবী বিভিন্ন দল-সংগঠনৰ

ADVERTISEMENT

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা প্ৰকৃতি নীড় নামৰ ল’জত সংঘটিত নাৰীদেহ বেহাৰ অবৈধ ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনাটোত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে ল’জখন ছীল কৰাৰ দাবী জনাইছে বিভিন্ন ছাত্ৰ সংগঠনে ৷ ঘটনাত জড়িত তিনি যুৱতীসহ এজন যুৱকক আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে আন এজন যুৱক পলাই সাৰিবলৈ সক্ষম হয় ৷ তলাবন্ধৰ সুযোগ লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত ল’জত চলিছে নাৰীদেহৰ অবৈধ বেহা ৷ ল’জসমূহত বৰ্তমানে তলাবন্ধৰ বাবে পৰ্যটকৰ আহ-যাহ সম্পূৰ্ণ বন্ধ যদিও লোকচক্ষুৰ আঁৰত এচামে চলাইছে নাৰীদেহৰ ব্যৱসায় ৷ য’ত সহযোগ কৰিছে ল’জত নিয়োজিত স্বয়ং কৰ্মচাৰীয়ে ৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

উল্লেখ্য যে ল’জসমূহ বন্ধ থকাৰ মাজতে ২৪ জুলাইৰ নিশা স্বত্বাধিকাৰী ধীৰাজ দাস নামৰ লোকজনৰ প্ৰকৃতি নীড় নামৰ ল’জখনলৈ এখন নাম্বাৰ প্লেটবিহীন বেলেনো গাড়ীত নৈশযাপনৰ বাবে আহিছিল দুই যুৱক আৰু তিনি যুৱতী ৷ হিন্দু জাগৰণ মঞ্চৰ সদস্যৰ লগতে স্থানীয় লোকে ঘটনাৰ সম্ভেদ পাই ল’জখনত উপস্থিত হোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ দুইপক্ষৰ হতাহতিৰ মাজতে ল’জৰ ভাড়ালৈ লোৱা কোঠাটোৰ খিৰীকি আৰু গ্লাচ ভাঙি ওলাই আহে তিনি অভিযুক্ত যুৱতী ৷ সুযোগ বুজি পলায়ন কৰে অভিযুক্ত দুই যুৱক ৷ ইয়াৰ পাছতে ঘটনাস্থলীত বাঁহবাৰী আৰু গোৱৰ্দ্ধনাৰ আৰক্ষী উপস্থিত হৈ কৰায়ত্ত কৰি নিশাই থানালৈ লৈ যায় তিনি যুৱতীক ৷ ইফালে আৰক্ষীয়ে অভিযান চলাই নিশাই পলাতক অৱস্থাত থকা আনন্দ বজাৰ ভকুৱামাৰীৰ দুই অভিযুক্ত যুৱকৰ আজমত আলী নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও জনৈক মালেক নামৰ যুৱকজন আজি পৰ্যন্ত পলাতক অৱস্থাত আছে ৷ এই ঘটনাই ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত ৷ মানাহৰ একাংশ ল’জত প্ৰায়ে এনে ঘটনা চলি থকাৰো অভিযোগ উত্থাপন কৰিছে আছা, আছু, আক্ৰাছু আৰু এবছুই ৷

ঘটনা সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাই এই ঘটনাত দুখ প্ৰকাশ কৰি তীব্ৰ গৰিহণা দি কয়-“মানাহৰ একাংশ ল’জত এনেকৈ দেহ ব্যৱসায় চলি আহিছে ৷ তলাবন্ধৰ সুযোগ লৈ অনৈতিক কাৰ্যকলাপ চলাই আহিছে একাংশই৷ যিয়ে মানাহৰ পৰিৱেশ নষ্ট কৰিছে ৷ মানাহত কোনোৱে ব্যৱসায় কৰিলে ভালকৈ কৰক ৷ অনৈতিক কাৰ্যকলাপেৰে নহয় ৷ ঘটনাত জড়িত দোষীসকলক প্ৰশাসনে উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰক লগতে ল’জখন প্ৰশাসনে ছীল কৰক৷” সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ সভাপতি কপিল দেৱ সিংহে ঘটনাক গৰিহণা দি কয়-“তলাবন্ধৰ বাবে চৰকাৰৰ ফালৰপৰা আজিলৈ ক’তোৱেই ল’জ খোলাৰ অনুমতি বা নিৰ্দেশ দিয়া নাই ৷ কিন্তু মানাহৰ প্ৰকৃতিনীড় নামৰ ল’জখনে চৰকাৰৰ নীতি নিয়মক অংগুষ্ঠ দেখুৱাই অনায়াসে খুলি চলাই গৈছে অবৈধ কাৰ্যকলাপ ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ মানাহত এনে অবৈধ বেহা চলাটো আমি কেতিয়াও কামনা নকৰোঁ ৷ এনেকুৱা ঘটনাৰ যাতে মানাহত পুনৰাবৃত্তি নহয় তাৰবাবে প্ৰশাসনক দাবী জনাই ল’জখন ছীল কৰাৰ আহ্বান জনাইছোঁ ৷”

একেদৰে ঘটনাটোক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মানাহ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই কয়-“ মানাহৰ প্ৰকৃতিনীড় নামৰ ল’জখনে বাহিৰৰ পৰা অহা লোকক প্ৰমাণপত্ৰ নোহোৱাকৈ থাকিব দিয়ে ৷ তাৰ উদাহৰণ ধৃত যুৱক যুৱতীসকল ৷ এই যুৱক-যুৱতীসকলৰ কোনোধৰণৰ প্ৰমাণপত্ৰ জমা নোলোৱাকৈ ল’জ খনে নৈশ যাপন কৰিবলৈ সুবিধা কৰি দিছিল ৷ এনেবোৰ ঘটনাই শৈক্ষিক আৰু সামাজিক পৰিবেশ বিনষ্ট কৰিছে ৷ প্ৰকৃতিনীড়ৰ দৰে ল’জ-কৰ্মচাৰীয়ে মানাহক লজ্জানত কৰিছে৷ এনেকুৱা ল’জক প্ৰশাসনে বন্ধ কৰি দিব লাগে ৷ বিটিচিৰ পৰ্যটন বিভাগৰ লগতে মানাহৰ ল’জ এছ’চিয়েছনেও এইক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে যাতে আগলৈ এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ক’তোৱেই নহয়৷” ঘটনাটোক গৰিহণা দিয়ে হিন্দু জাগৰণ মঞ্চৰ লগতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদেও৷ ঘটনাটোৰ বিষয়ে ল’জখনৰ পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ানুসৰি প্ৰকৃতিনীড় ল’জৰ মালিক পাঠশালাৰ ধীৰাজ দাস ৷ তেওঁৰ অনুপস্থিতিত দুজন কৰ্মচাৰীয়ে ল’জ খন চলাই আহিছিল ৷

তাৰ মাজতে ২৪ জুলাইৰ সন্ধিয়া তিনিগৰাকী বড়ো সম্প্ৰদায়ৰ যুৱতী আৰু দুজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে খাবলৈ বুলি ল’জখনত উপস্থিত হয় যদিও তাৰ কিছু সময় পিছতে একাংশ যুৱকে ল’জখনত আহি নাৰীদেহৰ ব্যৱসায় চলোৱা বুলি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে আৰু দুয়োপক্ষৰ মাজত কিছু হতাহতি হয় ৷ যাৰ বাবে ল’জখনৰ খিৰিকী আৰু খিৰিকীৰ গ্লাছ পৰ্যন্ত ভাঙি যায় ৷ তাৰ পিছতে যুৱক দুজন পলাই যায় আৰু আৰক্ষীৰ লোক আহি যুৱতী কেইগৰাকীক থানালৈ লৈ যায় ৷ ইফালে গোৱৰ্ধনা আৰক্ষীয়ে যুৱতীসকলৰ বিৰুদ্ধে কোনোধৰণৰ এজাহাৰ লাভ নকৰাৰ দোহাই দি ২৫ জুলাইৰ আবেলি যুৱতী তিনি গৰাকীক মুকলি কৰি দিয়ে যদিও যুৱতী কেইগৰাকীয়ে পুনৰাই সংঘটিত কৰে একেই লজ্জাজনক ঘটনা ৷

২৫ জুলাইত আৰক্ষীয়ে যুৱতী কেইগৰাকীক মুকলি কৰি দিয়াৰ পিছত সিদিনাই নিশা মানাহৰে টাইগাৰ ৰিজৰ্টত আন যুৱকৰ সৈতে নৈশ যাপন কৰিবলৈ স্থিৰ কৰাৰ সময়তে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে হাতেলোটে ধৰে যুৱতী কেইগৰাকীক ৷ এক হুলস্থূলীয়া পৰিৱেশৰ মাজত পলাই সাৰে নৈশ যাপনত সুযোগ লোৱা যুৱক কেইজনে ৷ এই সমস্ত ঘটনাচক্ৰ আৰক্ষীৰ গাফিলতি আৰু বুজাপৰা থকা বাবে সংঘটিত হ’বলৈ পালে বুলি দাবী কৰিছে আছা, আছু, আক্ৰাছু, এবছু, হিন্দু জাগৰণ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ আদি সংগঠনে ৷

ইফালে আজি আছা, আছু, আক্ৰাছুৰ ফালৰপৰা প্ৰকৃতিনীড় নামৰ ল’জখনত সংঘটিত অনৈতিক ঘটনাৰ সঠিক তদন্ত আৰু ল’জখন ছীল কৰা, তলাবন্ধৰ মাজতো নিজ খেয়ালখুচিমতে ল’জখনৰ কৰ্তৃপক্ষই কেনেকৈ যুৱক যুৱতীক ৰাত্ৰিযাপনৰ সুবিধা কৰি দিবলৈ পালে তাৰ সঠিক তদন্ত কৰা, মানাহৰ অন্যান্য ল’জসমুহতো এনেধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত হয় নেকি তাৰ ওপৰত চোকা নজৰ ৰখাৰ ব্যৱস্থা কৰা, ঘটনাৰ অভিযুক্ত তিনি যুৱতীক ২৪ জুলাইৰ নিশা প্ৰকৃতিনীড় নামৰ ল’জখনৰ পৰা আপত্তিজনক অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছতো কি কাৰণত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, তদুপৰি কাৰ গাফিলতিৰ বাবে ২৫ জুলাইৰ নিশা পুনৰ একে যুৱতী তিনি গৰাকীৰ অৱস্থিতিক লৈ মানাহৰ আন এখন ল’জত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব লগা হ’ল তাৰ নিখুঁত অনুসন্ধান কৰা, ঘটনাত অভিযুক্ত দুই যুৱকক তদন্তৰ ভিত্তিত আইন অনুসৰি শাস্তিৰ ব্যৱস্থা কৰা আদি দাবীক লৈ শালবাৰী মহকুমাধিপতিৰ জৰিয়তে বাক্সা জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, শালবাৰী মহকুমা আৰক্ষী বিষয়া, মানাহ ল’জ এছ’চিয়েছন কৰ্তৃপক্ষ, মানাহ ব্যঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamLockdownManah
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d