- ডুমডুমাৰ আজাদ ৰ’ডৰ প্ৰশন্তি মিত্ৰ নামৰ এগৰাকী ৪৭ বছৰীয়া মহিলা আজি পুৱা কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৷
- বিগত কে’বাদিনো ধৰি জ্বৰত ভূগি আছিল মহিলাগৰাকী ৷
- আজি স্বাৱ টেষ্টৰ বাবে মাতিছিল মহিলাগৰাকীক, কিন্তু দুৰ্ভাগ্য যে তাৰ পূৰ্বেই পুৱাই মৃত্যু ঘটিল মহিলাগৰাকীৰ ৷
- ইতিমধ্যে মৃতদেহৰ স্বাৱ পৰীক্ষা কৰি ক’ভিড পজিটিভ ধৰা পেলাইছে স্বাস্থ্যবিভাগে ৷
- উক্ত ঘটনাৰ পাছতে তীব্ৰ আতংকই বিৰাজ কৰিছে ডুমডুমাত ৷
তিনিচুকীয়া জিলাত পুনৰ কৰ’নাত আক্ৰান্ত মহিলাৰ মৃত্যু
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026