ওদালগুৰিত আৰক্ষীৰ অভিযানত পুনৰ শক্তিশালী মাৰণাস্ত্ৰ উদ্ধাৰ

udlguri

● ওদালগুৰিত পুনৰ শক্তিশালী মাৰণাস্ত্ৰ উদ্ধাৰ ।
● মাজবাটৰ দেওচানী গাওঁত আৰক্ষীৰ এই অভিযান ।
● অভিযানত নেতৃত্ব দিয়ে ASP বিদ্যুৎ দাস বড়ো, DSP(HQ) ম‌ইদুল ইছলাম, মাজবাট আৰু ৰৌতা থানাৰ আৰক্ষী বিষয়া ক্ৰমে ৰাজা ইৰশ্বাদ আৰু হেমন্ত বৰুৱাই ‌।
● অভিযানত ৩টা AK56, ৩টা মেগজিনসহ ২০ জাই সজীৱ গুলি উদ্ধাৰ কৰা হয় ।
● গাওঁখনৰ পাগলা নদীৰ পাৰত উদ্ধাৰ হয় অস্ত্ৰখিনি ।
● ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় ।
● ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পর্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Exit mobile version