কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক আজি দিল্লীৰ শ্ৰী গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয় কৰ্তৃপক্ষৰ মতে ছোনিয়া গান্ধীৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ । তেওঁৰ অহৰহ স্বাস্থ্যৰ পৰীক্ষা কৰি থকা হৈছে ।বৃহস্পতিবাৰে শ্ৰী গংগাৰাম চিকিৎসালয়ৰ সঞ্চালক ড° ডি এছ ৰানাই কোৱা অনুসৰি “কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীক আজি বিয়লি সাত বজাত শ্ৰী গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁক সম্পূৰ্ণ চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে আৰু স্বাস্থ্য বৰ্তমান সুস্থিৰ ।” উল্লেখযোগ্য যে ছোনিয়া গান্ধীক ড° অৰূপ কুমাৰ বাসুৰ তত্ত্বাৱধানত চিকিৎসা কৰি থকা হৈছে ৷
কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক হঠাতে চিকিৎসালয়ত ভৰ্তি
-
By publisher

- Categories: India, News
- Tags: indiaSonia Gandhi
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026