প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

aa Cover abd4j99v0v1afroolh2ooljpj7 20200418170846

সুশান্ত সিং ৰাজপুতৰ পৰিয়াল আৰু অভিনেত্ৰী তথা সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালৰ মাজত হোৱা যুদ্ধখনে সম্প্ৰতি বিভিন্ন ধৰণৰ তথ্য উৎস দিছে ৷ ইয়াৰ মাজতে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে ৰাজীৱ নগৰৰ আৰক্ষী থানাত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷

২৯ জুলাইত এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ বিহাৰৰ পুলিচ মুম্বাইত উপস্থিত হয় । সম্প্ৰতি সুশান্ত আত্মহত্যাৰ এই ঘটনা কেৱল দুটা পৰিয়ালৰে বিবাদ হিচাপে পৰিগণিত হোৱাতকৈ মহাৰাষ্ট্ৰ আৰু বিহাৰৰ মাজত হোৱা যুদ্ধ হিচাপে পৰিগণিত হৈছে ।

আনহাতে সুশান্তৰ পিতৃয়ে বিহাৰত ৰিহাৰ বিৰুদ্ধে দিয়া গোচৰৰ পিছতে ৰিয়াই এই সমগ্ৰ ঘটনা পাটনাৰ পৰা মুম্বাইৰ আনিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে  ৷ জেষ্ঠ অধিবক্তা মুকুল ৰ’স্তোগীৰ তত্বাৱধানত ৰিয়াৰ আবেদন বিহাৰ চৰকাৰে খাৰিজ কৰে । সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা পিছত আগবঢ়া কেইটামান বিশেষ তথ্য হৈছেঃ

Exit mobile version