Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Israel -Iran War:সংঘৰ্ষ হ্ৰাসৰ লক্ষণ নাই! আক্ৰমণৰ লক্ষ্য: ইৰানৰ ৩০, ইজৰাইলৰ ৮০ স্থান

বিবর্ণ তেল আভিভ-তেহৰানত ঘৰবোৰ ক'লা ছাইৰে আৱৰা, কংকালসাৰ অৱস্থাত থিয় দি আছে

publisher by publisher
June 17, 2025
in International, News
Reading Time: 2 mins read
0
Israel -Iran War:সংঘৰ্ষ হ্ৰাসৰ লক্ষণ নাই! আক্ৰমণৰ লক্ষ্য: ইৰানৰ ৩০, ইজৰাইলৰ ৮০ স্থান
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Israel -Iran War:

যুদ্ধ বিধ্বস্ত ইজৰাইল আৰু ইৰানত এতিয়া কেৱল জুই আৰু ধোঁৱাৰ কুণ্ডলী। কিছুদিন আগলৈ আটকধুনীয়া ঘৰবোৰে আজি ক’লা বৰণীয়া, কংকালসাৰ ৰূপ লৈ কোনো মতে থিয় দি আছে অথবা ছাইত পৰিণত হৈছে। বহু স্থানত বহু মহলীয়া ঘৰবোৰ ধ্বংসস্তূপত পৰিণত হৈছে। বিগত দুদিনত ইৰানৰ ড্ৰ’ন ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইজৰাইলৰ তেল আভিভ আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত এইদৰে বিৰাজ কৰিছে ধ্বংসৰ ছবি। ইৰানৰ ৰাজধানী তেহৰানৰ অৱস্থাও একেই। ক’ৰবাত হয়তো ইয়াতকৈও ভয়ংকৰ চেহেৰা দেখিবলৈ পোৱা গৈছে। আকাশত এতিয়া কেৱল ক’লা ধোঁৱাৰ বৃহৎ কুণ্ডলী।

ADVERTISEMENT

দাও দাওকৈ জ্বলিছে তৈল ভাণ্ডাৰ আৰু ঘৰ। ইৰান-ইজৰাইলৰ সংঘৰ্ষই আজি চতুর্থ দিন যদিও ইয়াৰ অন্ত পৰাৰ কোনো লক্ষণ নাই।দেওবাৰে নিশাও তেহৰানত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। এই পর্যন্ত তেহৰানৰ ৮০টা স্থানত ইজৰাইলে আক্ৰমণত ইৰানৰ কমেও ২২৪জন লোকৰ মৃত্যু হৈছে, আহতৰ সংখ্যা ১২শ। এই তথ্য সদৰী কৰে ইৰানৰ স্বাস্থ্য মন্ত্রণালয়ে।

ইপিনে, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বাতৰিত প্ৰকাশ যে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলত এই পর্যন্ত ২৬জন লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা কমেও পাঁচশজন। বিগত চাৰিদিনত ইৰানেও ইজৰাইলত ৩৭০বাৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে। তেহৰানৰ লক্ষ্য আছিল ইজৰাইলৰ ৩০ৰো অধিক অঞ্চল।

ইৰানৰ ইছলামিক ৰিভ’লিউছনাৰী ক’পছৰ দাবী অনুসৰি এই বাহিনীয়ে নিক্ষেপ কৰা ৯০ শতাংশ ক্ষেপণাস্ত্রই লক্ষ্য স্থানত আঘাত হানিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ইজৰাইলৰ আকাশ প্রতিক্ষা ব্যৱস্থা আৰু বায়ুসেনা ঘাটি। অৱশ্যে ইজৰাইলৰ দাবী অনুসৰি ইৰানৰ অধিকাংশ ক্ষেপণাস্ত্র প্রতিহত কৰে ৰাষ্ট্ৰসংঘৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা (আইৰন ড’ম)ই। যি ক্ষয়-ক্ষতি হৈছে সেয়া ধ্বংসপ্রাপ্ত ইৰানীয় ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱেশষ বুলি দাবী কৰিছে ইজৰাইলে।

বিভিন্ন প্রতিবেদনৰ দাবী অনুসৰি ইজৰাইলৰ আক্ৰমণত ক্ষতিগ্রস্ত হৈছে ইৰানৰ নাতানজ, এছফাহান, আৰক আৰু ফৰডৌৱেৰ পৰমাণু কেন্দ্ৰ। ইজৰাইলী বাহিনী মোছাদৰ ড্ৰ’নত তেহৰানৰ বেলিস্টিক ক্ষেপণাস্ত্ৰৰ ঘাটি, পিৰানশাহেৰৰ সেনাঘাটিও ক্ষতিগ্রস্ত। তদপুৰি তেহৰানৰ আজগলৰ দৰে জনবসতি স্থানত ইজৰাইলী ক্ষেপণাস্ত্ৰ পৰিছে। ধ্বংসপ্রাপ্ত উত্তৰ তেহৰানৰ ৱান হল্ডিং টাৱাৰ, ৱেলফেয়াৰ ডিপার্টমেন্ট বিল্ডিঙো।

ইপিনে, ইৰানেও ইজৰাইলৰ বহুকেইটা সামৰিক ঘাটি আৰু কূটনৈতিক কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত আঘাত হানিছে। দাবী অনুসৰি ইৰানীয় ক্ষেপণাস্ত্ৰত ক্ষতিগ্রস্ত হৈছে তেল আভিভত থকা ইজৰাইলী সেনাৰ বিভাগ ‘দ্য কিৰিয়া’, গৱেষণা কেন্দ্র ‘ৱাইজমান ইনষ্টিটিউট অৱ ছায়েন্স’ আৰু হাইফা চহৰৰ বাজান তৈল শোধনাগাৰ কেন্দ্ৰ। তদুপৰি তেল আভিভৰ বাট ইয়াম, ৰমাট গানৰ দৰে জনবসতি অঞ্চলৰ বহু ঘৰ-দুৱাৰ ইৰানৰ ক্ষেপণাস্ত্ৰ আক্রমণত ক্ষতিগ্রস্ত হৈছে। উল্লেখ্য যে ইজৰাইলৰ এই হাইফা বন্দৰ ভাৰতৰ আদনী গোষ্ঠীৰ দ্বাৰা পৰিচালিত। কালি হাইফাত ক্ষেপণাস্ত্র আক্ৰমণৰ বাতৰি বিয়পি পৰে।

আদানী গোষ্ঠীয়ে বিবৃতিত প্রকাশ কৰিছে যে বন্দৰটো সক্ৰিয় হৈ আছে। অৱশ্যে আক্ৰমণৰ পাছত এই বন্দৰৰ্ত ক্ষয়-ক্ষতি হৈছে সেয়া স্পষ্ট নহয়। এক প্রতিবেদন অনুসৰি ইৰানৰ ৰিভ’লিউছনাৰি গার্ডে এইদৰে প্রকাশ কৰে, ‘আমাৰ অভিযানত যি কৌশল ব্যৱহাৰ কৰা হৈছে তাৰ দ্বাৰা লক্ষ্যস্থলীত সফলভাৱে সর্বাধিক আঘাত কৰা হৈছে। আমেৰিকা তথা পশ্চিমীয়া বিশ্বৰ সমৰ্থন আৰু অত্যাধুনিক প্রযুক্তি ইজৰাইলৰ হাতত থকা সত্ত্বেও।’ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্রী কাজই সকীয়াই দিয়ে এইদৰে, ‘তেহৰানৰ বাসিন্দাই ইয়াৰ মূল্য আদায় দিব লাগিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranIsrael -Iran War Update
publisher

publisher

Related Posts

প্ৰৱঞ্চনাৰে উপভোক্তাৰ পৰা ১৬০ কোটি আদায়ৰ বাবে কৌশল এপিডিচিএলৰ
Assam

November 3, 2026
কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d