ADVERTISEMENT

Tag: Rhea Chakraborty

 ‘বিগ বছ’ৰ লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান ৰিয়াৰ, কিন্তু কিয়?

 ‘বিগ বছ’ৰ লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান ৰিয়াৰ, কিন্তু কিয়?

টেলিভিশ্বনৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ-১৫ 'অচিৰেই আৰম্ভ হ'ব।' কালাৰ' চেনেলত সম্প্রচাৰ হ'বলগা জনপ্রিয় ধাৰাবাহিকখনত এইবাৰ কোন আহিব সেয়া চর্চা হৈ ...

Read more

Bigg Boss : প্ৰতি সপ্তাহত পাৰিশ্ৰমিক ৩৫লাখ ! ‘বিগ বছ’ৰ নতুন ছিজনত আহিব ৰিয়া চক্ৰৱৰ্তী ?

বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক (Rhea Chakraborty) অনাৰ চেষ্টা চলাই আছে বিগ বছৰ প্ৰযোজক সংস্থাই । আনকি, ৰিয়াৰ স'তে বাৰে বাৰে ...

Read more

একেখন পর্দাতে মুখামুখি হ’ব সুশান্তৰ দুই প্রাক্তন প্রেয়সী

ৰিয়া চক্ৰৱৰ্তী আৰু অংকিতা লােখাণ্ডে। কোনােদিনেই তেওঁলােকৰ মাজত আলাপ হােৱা নাই। অথচ দুয়ােগৰাকী অভিনেত্রীৰ যুগসূত্র এজনেই। তেওঁ হৈছে বলিউদৰ প্রয়াত ...

Read more

ছাৰা সন্দৰ্ভত এন চি বিক কি তথ্য দিলে অভিনেত্ৰী ৰিয়াই ?

মাত্ৰ কেইদিনমানৰ পাছতে বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্রথম বর্ষপূর্তি সম্পন্ন হ’ব। বর্ষপূর্তিৰ পূর্বে সুশান্তৰ প্রাক্তন প্রেমিকা ৰিয়া ...

Read more

কৰ’না কালত মানুহক সাহাৰ্যৰ হাত আগবঢ়ালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ'নাই । এই কঠিন সময়ছোৱাত মানুৰ কাষত থিয় দিয়াৰ বাৰ্তা বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ। শুক্ৰবাৰে ...

Read more

সুশান্ত কাণ্ডৰ মাদক গােচৰৰ অভিযােগনামাত ৰিয়াসহ অভিযুক্ত হ’ল ৩৩ জন

বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সংক্রান্ত নিষিদ্ধ মাদকদ্রব্যৰ গােচৰৰ অভিযােগনামা দাখিল কৰিলে নার্কটিকছু কন্ট্রল ব্যুৰ’ (এন চি বি)ই। ...

Read more

অৱশেষত গ্ৰেপ্তাৰৰ তিনি মাহৰ অন্তত জামিন পালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীয়ে

অভিনেতা সুশান্ত সিং ৰাজপুতৰ যোৱা ১৫ জুনত মুম্বাইৰ বাসগৃহত মৃতদেহ উদ্ধাৰৰ পাছতে মুম্বাই পুলিচে আৰম্ভ কৰিছিল তদন্ত। সুশান্ত সিং ৰাজপুতৰ ...

Read more

ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভৰ কেইটামান চৰ্ত

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত ড্ৰাগছৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আজি বোম্বে হাই কৰ্টে জামিন দিয়ে । ...

Read more

অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৰিয়া চক্ৰৱৰ্তী

অৱশেষত বোম্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে ...

Read more

পুনৰ ২০ অক্টোবৰলৈ বৃদ্ধি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা

আজি মুম্বাইৰ এক বিশেষ আদালতে বৃদ্ধি কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা ২০ অক্টোবৰলৈ বৃদ্ধি কৰিছে । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীক ...

Read more
Page 1 of 6 1 2 6