বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী আৰু মূৰলী মনোহৰ যোশী উপস্থিত নাথাকে অযোধ্যত ৰাম মন্দিৰ নিৰ্মাণ আধাৰশিলা স্থাপন অনুষ্ঠানত । দুয়ো ৫ আগষ্টৰ অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যোগ দিব। ১৯৯০ত ৰামমন্দিৰ নিৰ্মাণ আন্দোলনৰ এটা গোচৰত ভিডিঅ’ লিংকৰ জৰিয়তে অলপতে লখ্নৌ আদালতৰ সমুখীন হৈছিল আদৱানী।
ADVERTISEMENT