আমেৰিকাত কৰ’নাৰ নতুন পৰ্য্যায়

Coronavirus 1

অভাৱনীয় হাৰত কৰ’নাই সংহাৰি ৰূপ ধাৰণ কৰিছে আমেৰিকাত । কৰ’না সংক্ৰমণৰ নতুন পৰ্যায়ত উপনীত হৈছে আমেৰিকা । আজি হোৱাইটহাউছে বক্তব্য প্ৰকাশ কৰে । গ্ৰামাঞ্চল তথা মহানগৰসমূহত ‘অসাধাৰণভাবে বিয়পিছে’ বুলি কয়। আমি এক নতুন পৰ্যায়ত উপস্থিত হৈছো । আজি আমি যি দেখিছোঁ সেয়া মাৰ্চ আৰু এপ্ৰিলতকৈ বহু পৃথক। অসাধাৰণভাৱে বিয়পিছে।’ এইদৰে কয় দেৱৰাহ ব্ৰিক্ষে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ মানুহ সুৰক্ষিত নহয়। তেওঁ কয় যে মানুহে ঘৰৰ ভিতৰতে মাস্ক পৰিধান কৰা উচিত । বৰ্তমান পৰিস্থিতিক লৈ তেওঁ উদ্বিগ্ন বুলি কয়।

ADVERTISEMENT
Exit mobile version