অভাৱনীয় হাৰত কৰ’নাই সংহাৰি ৰূপ ধাৰণ কৰিছে আমেৰিকাত । কৰ’না সংক্ৰমণৰ নতুন পৰ্যায়ত উপনীত হৈছে আমেৰিকা । আজি হোৱাইটহাউছে বক্তব্য প্ৰকাশ কৰে । গ্ৰামাঞ্চল তথা মহানগৰসমূহত ‘অসাধাৰণভাবে বিয়পিছে’ বুলি কয়। আমি এক নতুন পৰ্যায়ত উপস্থিত হৈছো । আজি আমি যি দেখিছোঁ সেয়া মাৰ্চ আৰু এপ্ৰিলতকৈ বহু পৃথক। অসাধাৰণভাৱে বিয়পিছে।’ এইদৰে কয় দেৱৰাহ ব্ৰিক্ষে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ মানুহ সুৰক্ষিত নহয়। তেওঁ কয় যে মানুহে ঘৰৰ ভিতৰতে মাস্ক পৰিধান কৰা উচিত । বৰ্তমান পৰিস্থিতিক লৈ তেওঁ উদ্বিগ্ন বুলি কয়।
আমেৰিকাত কৰ’নাৰ নতুন পৰ্য্যায়
-
By publisher
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19USWORLD FIGHTS CORONA
Related Content
Do you know the amount of assets of Allu Arjun:আল্লু অর্জুনৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে ?
By
publisher
December 23, 2024
National Beach Handball:ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা বাবে হেণ্ডেবলৰ ছোৱালী দল যোগ্যতা অৰ্জন।
By
publisher
December 23, 2024
Union Minister Sarbananda Sonowal:গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলা
By
publisher
December 23, 2024
ACS officer Nandita Roy Gohain suspended: এচিএছ বিষয়া নন্দিতা ৰয় গোহাঁইক নিলম্বন
By
publisher
December 23, 2024
শিক্ষা বিভাগত ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী, কাৰ পকেটত সোমাইছে ধন
By
publisher
December 23, 2024
Bangladesh:চাউলৰ নাটনি বাংলাদেশৰ !
By
publisher
December 23, 2024