- আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ বৃহৎ আৰক্ষীৰ দলৰ অভিযান।
- অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, কফচিৰাফ , ড্ৰাগছ ।
- লগতে আটক কুৰবান আলি নামৰ এজন ড্ৰাগছ ব্যৱসায়ী ।
- নিজ বাসগৃহত কাঠৰ তলত লুকাই ৰাখিছিল নিচাজাতীয় সামগ্ৰী খিনি।
- জব্দকৃত সামগ্ৰী খিনিৰ মূল্য কে’বা লক্ষাধিক টকা ।
- ধুবুৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই ড্ৰাগছ নিৰ্মূল অভিযান তীব্রতৰ কৰি তুলিছে।
ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026