পৰিবহন বিভাগত বিত্তীয় খেলিমেলিৰ সন্দৰ্ভত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিশেষ পদক্ষেপ ৷ কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহন বিষয়াসহ চাৰিজন বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়ে পৰিবহন মন্ত্ৰী পাটোৱাৰীয়ে।
ADVERTISEMENT
নিলম্বন কৰা বিষয়া কেইজন হ’ল ডিটিঅ’ অৰুণ বৰা, সীমান্ত নেওগ, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বৰ্মণ আৰু সিদ্ধাৰ্থ ৰংহাঙ ৷ লগতে এই সমগ্ৰ বিষয়টো তদন্তৰ কাৰণে নিৰ্দেশ দিছে পৰিবহন মন্ত্ৰী পাটোৱাৰীয়ে ৷






























