কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে তিনিচুকীয়াত তলাবন্ধ

Lockdown

 

সমগ্ৰ ৰাজ্যত কৰ’না ভাইৰাছৰ সংহাৰী ৰূপ ৷

কৰ’নাৰ ভাইৰাছক প্ৰতিৰোধৰ কাৰণে তিনিচুকীয়া জিলাত দিয়া তলাবন্ধ ।

৫ আগষ্টৰ বিয়লি ছয় বজাৰ পৰা ১১ আগষ্টলৈ জিলাখনত অব্যাহত থাকিব তলাবন্ধ ৷

এই কথা সদৰী কৰিলে জিলা উপায়ুক্তই ৷

অৱশ্যে এই সময়ত জৰুৰীকালীন সেৱাসমূহ অব্যাহত থাকিব ৷

Exit mobile version