দবা শংখৰ ধ্বনিৰে মুখৰিত অযোধ্যা

ayodhya3

মাজত মাথো আৰু কেইটিমান মূহুৰ্ত ৷ আৰম্ভ হ’ব ৰাম মন্দিৰৰ ভূমি পূজন ৷ সমগ্ৰ অযোধ্যাক কৰা হৈছে গেৰুৱা ৰঙৰে আবৃত । অযোধ্যাবাসীৰ ঘৰে ঘৰে বিতৰণ কৰিবলৈ তৈয়াৰ কৰা হৈছে লাখৰো অধিক লাডু ৷

মন্দিৰৰ পৰিৱেশ বেলেগ দিনতকৈ সম্পূৰ্ণ পৃথক । কাৰণ মন্দিৰৰ পৰা অহা দবা শংখৰে শব্দৰে অযোধ্যাবাসীৰ জীৱন জীপাল কৰি ৰাখিছে । চাওঁ আহক অযোধ্যাত ভূমি পূজনৰ কেইখন মান ফ’টো  ৷

Exit mobile version