ধেমাজিত কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণ

Coronavirus

সমগ্ৰ ৰাজ্যত কৰ’নাৰ সন্ত্ৰাস ৷তাৰ মাজতে ধেমাজি জিলাত কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণ হৈছে। আজি পুনৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকা ২৬ জন লোকৰ শৰীৰত ক’ভিড ১৯ পজিটিভ পোৱা গৈছে। তেওঁলোকক ইতিমধ্যেই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ADVERTISEMENT

ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ৬০০ জনলৈ বৃদ্ধি পালে। ইতিমধ্যেই জিলাপ্ৰশাসনে ৰাইজক বিনা কাৰণত ওলাই নাহিবলৈ আহবান জনোৱাৰ লগতে সকলোকে মাস্ক পৰিধান কৰা লগতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

Exit mobile version