পানীখাইটিত বিধ্বংসী অগ্নিকাণ্ডঃজুইত দুটাকৈ কাৰখানা ভস্মীভূত

IMG 20200804 WA0117

# মহানগৰীৰ দাঁতিকাষৰীয়া পানীখাইটিত বিধ্বংসী অগ্নিকাণ্ড।

# জুইত দুটাকৈ কাৰখানা জ্বলি ভস্মীভূত হয়।

# শ্ৰী শ্যাম নামৰ এটা স্পঞ্জ উদ্যোগ আৰু বিনায়ক নামৰ এটা চয়াবিন উদ্যোগ জ্বলি ভস্মীভূত হয়।

# প্ৰায় দুই ঘন্টা ধৰি জ্বলি থকাৰ পিছতো ছয় খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি এই মুহূৰ্তলৈ নির্বাপিত কৰিব পৰা নাই জুই।

# যাৰ বাবে শংকিত হৈ পৰিছে পানীখাইটিৰ অংশলবাসী।

# কিয়নো যি কোনো মুহূৰ্ততে জুই লেলিহান শিখাই আৱৰি ধৰিব পাৰে কাষৰীয়া অঞ্চলতো।

# এই মুহূৰ্তত অগ্নিকাণ্ডৰ ঘটনাৰ সূত্ৰ পাত্ৰ হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।

Exit mobile version