Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীত জড়িত বিজেপি প্ৰাৰ্থী

publisher by publisher
August 6, 2020
in Assam, News
Reading Time: 1 min read
0
চিৰাঙত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীত জড়িত বিজেপি প্ৰাৰ্থী
2
SHARES
16
VIEWS
ShareShareShareShare

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ পক্ষপাতী বিজেপি নেতৃত্বাধীন অসম চৰকাৰ । কিন্তু চিৰাঙত বিজেপি দলৰ বিটিচি পৰিষদীয় মানাস সেৰফাং সমষ্টিত বিজেপিৰ ওলোটা ছবিহে পোহৰলৈ আহিছে । ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল হিতাধিকাৰীৰ মাজত বিতৰণ নকৰি বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বান সাহাৰ্য্য বিতৰণ কৰি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চাউলসহ গাড়ী ।

ADVERTISEMENT

অভিযোগ অনুসৰি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত লক্ষীঝোৰাৰ সুলভ মূল্যৰ দোকানত সংঘটিত হৈছে এই দুৰ্নীতিৰ ঘটনা । যোৱা ২ আগষ্ট তাৰিখে বিজেপিকৰ্মী সকলে বানাক্ৰান্তৰ মাজত চাউল বিতৰণ কৰি থকা অৱস্থাত আৰক্ষীয়ে চাউল খিনি জব্দ কৰে পানবাৰী থানাৰ আৰক্ষীয়ে । পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ দলেই জনায় যে অভিযোগ অনুসৰি আমি অভিযান চলাই এক নং কচুবিলৰ পৰা চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চিল মোহৰ থকা বস্তাৰ চাউলখিনি জব্দ কৰা হয় বুলি জনায়।

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

জব্দ চাউলখিনি চিন্তামনি সৰকাৰ আৰু কানাই নম: দাস নামৰ লোক দুজনৰ সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰা চাউল আছিল । ইয়াৰে চিন্তামনি সৰকাৰ চিকাঝোৰা বিশপানীৰ সুলভ মূল্যৰ দোকানী আৰু কানাই নম: দাস লক্ষীঝোৰাৰ সুলভ মূল্যৰ দোকানী । ইয়াৰে মানাস সেৰফাং মণ্ডল বিজেপিৰ সভাপতি দিব্যজ্যোতি নম: দাস সুলভ মূল্যৰ দোকানে কানাই নমঃদাসৰ পুত্ৰ হোৱাৰ সুবাদতে দুমাহ বহু কেইজন লোকক চাউল বিতৰণ নকৰি সেই চাউল বান সাহাৰ্য্য হিচাপে বিতৰণ কৰিছে ।

গতিকে এই সন্দৰ্ভত পানবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৭১(চি)/১৭১(ই) আৰু নিৰ্বাচন আয়োগৰ ৭ নং অনুচ্ছেদ অনুসৰি ১১৩/২০২০ গোচৰ পঞ্জিয়ন কৰিছে । বিপিএফৰ মানাস সেৰফাং ব্লক সভাপতি গণেশ চন্দ্ৰ বসুমতাৰীয়ে এই সন্দৰ্ভত পানবাৰী থানাত গোচৰ দিছিল । আজি এক/দুই/তিনি নং লক্ষীঝোৰা গাঁওৰ লোকে অভিযোগ কৰে যে সলভ মূল্যৰ দোকানী দুজনে বহু লোকক বিগত দুমাহে চাউল বিতৰণ কৰা নাই। সকলো হিতাধিকাৰীৰ কাৰ্ডসমূহ জমা লৈছে।

বহু লোকৰ নাম দুবাৰ তিনিবাৰ কৈ উঠাই সমবায়ৰ পৰা চাউল আনে যদিও বিতৰণ নকৰি এইদৰে পৰিষদীয় মানাস সেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিবনাথ ব্ৰহ্মৰ নামত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী গাঁৱৰ ৰাইজে । একেদৰে চিৰাং জিলা সমিতি আছুৰ সভাপতি ৰূপম কুমাৰ দাসে কয় যে শূন্য সহনশীল বুলি দাবী কৰি নিজেই দুৰ্নীতিত লিপ্ত হৈছে বিজেপি চৰকাৰ ।

বিজেপি দলৰ লোকসকলে কোন আইন মতে সুলভ মূল্যৰ দোকানীৰ পৰা চাউল বিতৰণ নকৰি বানাক্ৰান্তক বিতৰণ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে। মাছৰ তেলেৰে মাছ ভজাৰ দৰে কৰি বাহ বাহ লৈ দুৰ্নীতিৰে নিৰ্ব্বাচনত জয়ী হোৱাৰ সপোন দেখিছে বিজেপিয়ে । ছাত্ৰ নেতা জনে আৰু অভিযোগ কৰে যে আমি পূৰ্বৰে পৰা কৈ আহিছিলো যে সুলভ মুল্যৰ দোকানসমূহে জনসাধাৰণক নিয়ম অনুসৰি চাউল বিতৰণ নকৰে। এয়া প্ৰমানিত হ’ল । বিজেপিয়ে বান পানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নোৱাৰি এই দৰে সুলভ মুল্যৰ চাউল বিতৰণ কৰি আছে।

সেয়ে ছাত্ৰ সন্থাৰ পৰা দাবী জনায় যে যিহেতু আইন সকলোৰে বাবে সমান সেয়ে এই দুৰ্নীতিত জড়িত সকলৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা ৰাইজে বুজিবলৈ বাধ্য হ’ব যে বিজেপিয়ে দুৰ্নীতি কৰিলে তাৰ কোনো বিচাৰ নহয় । এই সন্দৰ্ভত এক মাত্ৰ দৈনিক অগ্ৰদূত কাকতে যোৱা ৩ আগষ্ট তাৰিখে বিতং বাতৰি পৰিবেশন কৰাৰ পিচতে বিজনী মহকুমা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত বিজনী মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে খাদ্য আৰু অসামৰিক যোগান বিভাগক তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANG
publisher

publisher

Related Posts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d