পুনৰ অসমত গড় হত্যা

Greater One Horned Rhino

বানৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈছে এজনী মাইকী মৃত গড়ৰ মৃতদেহ ৷

শুক্ৰবাৰে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ পৰা চোৰাং চিকাৰীয়ে মাইকী গড় জনী হত্যা কৰি খৰ্গটো লৈ উধাও হয়।

এই কথা টুইটাৰ যোগে সদৰী কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰকৰ্তৃপক্ষই।

ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত এজন লোকক আটক কৰি আৰক্ষীেয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version