মহানগৰীৰ আমবাৰীত বন গাহৰি আক্ৰমনত আহত হ’বলগা হৈছে চাৰিজনকৈ লোক |
বনৰীয়া গাহৰিৰ আক্ৰমণত
গুৰুতৰ ভাৱে আহত অৱস্থাত এজনক এমএমচিএইচত, আন এজনক জিএমচিএইচত আৰু, দুজনক Wintrobe হাস্পতালত ভৰ্তি কৰোৱা হৈছে |
ঘটনাস্থলীত লতাশিল থানাৰ আৰক্ষী লগতে নাৰেংগী বন বিভাগৰ কাৰ্য্যালয় বিষয়া আহি বন গাহৰিটোৰ সন্ধান চলাইছে যদিও এতিয়ালৈকে বিচাৰি পোৱা নাই গাহৰিটোক ৷ গাহৰিটো প্ৰথমে প্ৰেছ ক্লাবত প্ৰৱেশ কৰাৰ পাছত প্ৰত্নতাত্ত্ব কাৰ্যালয় আৰু টেক্সটাইল ইনষ্টিটিউটত প্ৰবেশ কৰিছিল ।
