● নগাঁৱৰ কলঙত আজি প্ৰায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ।
● নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ তলত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
● নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
● মৃতদেহটো এজন পুৰুষৰ বুলি নিশ্চিত হৈছে যদিও আন কোনো তথ্য এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই ৷
Breaking News
-
By publisher

Related Content
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
By
publisher
March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
By
publisher
March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
By
publisher
March 12, 2026
Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা
By
publisher
March 12, 2026
চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ'ব পাৰে বৃদ্ধি
By
publisher
March 12, 2026
ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ
By
publisher
March 12, 2026