Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

publisher by publisher
March 12, 2026
in Assam, News
Reading Time: 1 min read
0
আকস্মিক জটিল সংকট!
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

পুনৰ হ্ৰাস পালে বাণিজ্যিক গেছৰ মূল্য ! 

Cylinder Crisis:✒️পশ্চিম এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰত অব্যাহত থকা যুদ্ধৰ পৰিণামস্বৰূপে ভাৰতৰ তেল আৰু গেছৰ বজাৰত উদ্বেগজনক প্ৰভাৱ পৰিছে। বিশেষকৈ ৰন্ধন গেছৰ নাটনিয়ে সমগ্ৰ দেশৰ বজাৰ ব্যৱস্থাৰ ওপৰত মাধমাৰ শোধাইছে।

ADVERTISEMENT

বাণিজ্যিক ৰন্ধন গেছৰ উৎপাদন বন্ধ কৰি দিয়াত হাহাকাৰ লাগিছে হোটেল-ৰেষ্টুৰেণ্ট খণ্ডত।গেছৰ অভাৱত বন্ধ হৈ পৰিছে হোটেল-ৰেষ্টুৰেণ্টৰ পাকঘৰৰ চৌকা। বজাৰৰ এই পৰিৱেশৰ প্ৰভাৱ পৰিছে সাধাৰণ মানুহৰ ঘৰৰ পাকঘৰতো।

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি কেন্দ্রীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈকে আৰম্ভ কৰি সকলোৱে দাবী কৰিলেও তাৰ বাস্তৱ ৰূপ সম্পূর্ণ বিপৰীত।

চিলিণ্ডাৰ বুকিঙৰ এটা গ্ৰহণ কৰাৰ পাছত দ্বিতীয়টোৰ বাবে গ্রাহকে ২৫ দিন অপেক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে। কিন্তু যিসকলৰ ইতিমধ্যে ২৫ দিন হৈছে তেওঁলোকেও ‘বুক’ কৰিব পৰা নাই।

অনলাইন ব্যৱস্থাৰেই গ্রাহকে চিলিণ্ডাৰ বুক কৰি আহিছে যদিও যোৱা দুদিনৰ পৰা এই ব্যৱস্থা সম্পূর্ণভাৱে বন্ধ হৈ আছে। এই সন্দর্ভত কোনো তথ্য সংশ্লিষ্ট তৈল প্রতিষ্ঠানবোৰে সদৰী কৰা নাই।

এজেন্সীবোৰেও এই ক্ষেত্ৰত গ্ৰহণ কৰিছে সম্পূর্ণ অজ্ঞতা। এজেন্সীবোৰৰ এই ক্ষেত্ৰত এটাই উত্তৰ গ্ৰাহকক দি আহিছে আৰু সেয়া হ’ল- ‘চাৰ্ভাৰ ডাউন, আমি একো নাজানো।’

যি সময়ত মুখ্যমন্ত্রীয়ে অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি নাকচ কৰি আহিছে, তাৰ বিপৰীত পৰিস্থিতিৰ সন্মুখীন হৈছে সাধাৰণ গ্রাহক। গতিকে চৰকাৰৰ বক্তব্য যে বিভ্রান্তিকৰ আৰু কোনো জৰুৰী বিষয় গোপন কৰাৰ চেষ্টা যে চৰকাৰে চলাইছে সেয়া স্পষ্ট হৈছে।

এজেন্সীৰ গুদামৰ সন্মুখত খালী চিলিণ্ডাৰ লৈ ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকা গ্রাহকৰ দীঘলীয়া শাৰীও এতিয়া সুলভ হৈছে। ইপিনে, কালি সকলো ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, গৃহ আৰু ৰাজনৈতিক বিভাগ, গ্রাহক পৰিক্ৰমা বিভাগ, তথ্য আৰু সম্প্ৰচাৰ আদি বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ কেন্দ্ৰীয় চৰকাৰৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত সকলো ৰাজ্যৰ পৰিস্থিতিৰ বুজ লয় কেন্দ্রীয় চৰকাৰে।এই বৈঠকৰ পাছতে দিছপুৰত মুখ্য সচিব ড° ৰবি কোটাৰ অধ্যক্ষতাত অসমৰ পৰিস্থিতিক লৈ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। ইয়াত তেল আৰু গেছ যোগান ধৰা তৈল প্রতিষ্ঠানবোৰৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত মত পোষণ কৰা হয় যে অসমত তাৎক্ষণিকভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কোনো নাটনি হোৱা নাই।

বিশেষকৈ ঘৰুৱা ৰন্ধন গেছৰ চাহিদা পূৰণ কৰিব পৰাকৈ গেছৰ যোগান অব্যাহত আছে। এনে ক্ষেত্ৰত ৰন্ধন গেছৰ নাটনি হোৱা বুলি উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে এই বৈঠকৰ পৰা আহ্বান জনোৱা হয়। তেনে উৰা বাতৰিৰ ওপৰত চকু ৰাখিবলৈ এখন সমিতি গঠনৰো সিদ্ধান্ত লোৱা হয়। ইয়াৰ সমান্তৰালকৈ অবৈধ মজুতকৰণ, ক’লা বজাৰ, উচ্চ মূল্য আদায় আদিৰ ওপৰতো এই সমিতিয়ে চকু ৰাখিব। তেনে কাৰ্যত লিপ্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণৰো সভাই সিদ্ধান্ত গ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CylinderCylinder Crisis
publisher

publisher

Related Posts

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d