আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত কৰ’নাত আক্ৰান্ত

assam dgp bhaskar jyoti mahanta blames anti social elements in state for fuelling anti cab protests

 

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আক্ৰান্ত হৈছে কৰ’নাত ৷ আজি কৰ’না পৰীক্ষা কৰা হৈছিল আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ ৷ইতিমধ্যে তেওঁৰ সকলো নিৰাপত্তাৰক্ষীৰো ক’ভিড১৯ টেষ্ট কৰোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যত পুনৰ ১১২৩জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷লগতে বিগত ২৪ ঘন্টাত ২৪,৪৯২ জনৰ ক’ভিড১৯ পৰীক্ষা কৰা হৈছে ৷ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৫৮,৮৩৭ জন,সুস্থ হৈছে ৪০,৫৯১জন আৰু মৃত্যু হৈছে ১৪৫ জনৰ৷

Exit mobile version