ধুবুৰীত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল

WhatsApp Image 2020 08 12 at 8.25.07 PM

■ আটক হোৱা ড্ৰাগছ ব্যৱসায়ীৰ সৈতে মিলিত হৈ টকাৰ লেন দেন কৰি থকাৰ অৱস্থাতেইআজি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰায় আটক কৰে জোৱানজনকজনক ।
■ আটক হোৱা জোৱানজন ধুবুৰী বি এন কলেজ আৰক্ষী চকীৰ কনিষ্টবল গুলজাৰ আলি।
■ লগতে আটক আন এজন লোক । দালালৰূপী লোকজনৰ সৈতে আৰক্ষী জোৱানজনৰ কল ৰেকৰ্ডিং লাভ কৰিয়েই কঠোৰ আৰক্ষী অধীক্ষক।
■ ইয়াৰ পিছতেই আৰক্ষী অধীক্ষকৰ কঠোৰ নিৰ্দেশ, কোনোপধ্যেই মানি লোৱা নহ’ব আৰক্ষীৰ বৰ্বৰতা বা অনৈতিক কাৰ্যকলাপ।

Exit mobile version