Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আমেৰিকাত কৰ্মৰত বিদেশী কর্মীক সকাহ দি ভিছা নীতি শিথিল ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

publisher by publisher
August 14, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাই দিশহাৰা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক
0
SHARES
4
VIEWS
ShareShareShareShare

আমেৰিকাত কৰ্মৰত বিদেশী কৰ্মীক সকাহ দি ভিছা নীতি শিথিল ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্যাপক চাপৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন ভিছা নীতি শিথিল কৰিবলৈ বাধ্য হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বুধবাৰে জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ কৰা মতে, কৰ’নাৰ সংক্ৰমণৰ ফলত এইচ-১ বি ভিছাৰে আমেৰিকাত কাম কৰিবলৈ অহা যিসকল বিদেশী কৰ্মীয়ে স্বদেশলৈ উভতি গৈছিল, তেওঁলোকে সেই পদত কৰ্মৰত হ’বলৈ পুনৰ আমেৰিকালৈ আহিব পাৰিব।

ADVERTISEMENT

ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আমেৰিকাৰ তথ্য প্ৰযুক্তি আৰু স্বাস্থ্য সেৱা খণ্ডত ভাৰতীয় পেছাদাৰী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। মাৰ্কিন বৈদেশিক মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনাত এইদৰে উল্লেখ কৰা হৈছে , ‘সংশোধিত আইন অনুসৰি প্রবাসী বিদেশী কৰ্মীয়ে যদি একেজন নিয়োগকর্তাৰ কাষলৈ উভতি আহিব বিচাৰে, তেন্তে তেওঁলোকে এইচ-১ বি আৰু এল-১ ভিছা লাভ কৰিব পাৰিব।

RelatedPosts

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

স্বাস্থ্য সেৱা, বিশেষকৈ ক’ভিড-১৯ বা কৰ্কটৰ দৰে ব্যাধিৰ গৱেষণাৰ স’তে যিসকল জড়িত হৈ আছে তেওঁলোকেও এই সুবিধা লাভ কৰিব।’ মাৰ্কিন বৈদেশিক মন্ত্ৰণালয়ে লগতে কয় নতুনকৈ কৰ্মী নিয়োগৰ পথত অগ্ৰসৰ হ’ব লাগিব নিয়োগকর্তা সংস্থাসমূহৰ ওপৰত বিত্তীয় হেঁচা অধিক বৃদ্ধি পোৱাৰ শংকা থকাৰ প্ৰতি লক্ষ্য আমেৰিকাৰ ভিছা নীতি শিথিল কৰিবলৈ ট্ৰাম্প প্ৰশাসনে সিদ্ধান্ত ল’লে ।

উল্লেখ্য যে যোৱা ২২ জুনত ট্ৰাম্প প্রশাসনে ঘোষণা কৰি কৈছিল যে চলিত বৰ্ষত নতুনকৈ কোনো এইচ-১ বি, এইচ-৪, এল -১ আৰু জে-১ ভিছা আমেৰিকাই জাৰি নকৰে। তদুপৰি কৰ’না সংক্ৰমণৰ ফলত নিজ নিজ দেশলৈ উভতি যোৱা কৰ্মচাৰীসকলকো আমেৰিকাই উভতি অহাৰ বাবে ভিছা দিয়া নহ’ব বুলি ট্ৰাম্পে ঘোষণা কৰিছিল। কিন্তু বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি ভিছা নীতি শিথিল ঘোষণা কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19DONALD TRUMP
publisher

publisher

Related Posts

ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!
News

March 12, 2026
Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব
News

Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

March 12, 2026
Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
Crime

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

March 12, 2026
Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ
News

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

March 12, 2026
দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ
News

দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

March 12, 2026
Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 
News

Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d