ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীৰ ২৫ শতাংশ মাছুল ৰেহাইৰ নিৰ্দেশ

545687 school

■ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্র-ছাত্ৰীৰ ২৫ শতাংশ মাহিলী মাছুল হ্ৰাস কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।
■ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাহিলী মাছুলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
■ নিয়মীয়া পাঠদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব এই নিৰ্দেশনা।
IMG 20200814 184423

Exit mobile version