ৰাকেশ পাল-বসন্ত দলেৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

Rakesh pal scamstar

বক্ৰ পথৰে এপিএচছিত জৰিয়তে নিযুক্তিৰ পোহাৰ মেলা কাৰাৰুদ্ধ ৰাকেশ পাল, বসন্ত দলেৰ জামিন আবেদন শুকুৰবাৰে পুনৰ নাকচ কৰে উচ্চ ন্যায়ালয়ে ৷ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীত ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ ভিত্তিত আজি আদালতত জামিনৰ আবেদন দাখিল কৰা হৈছিল যদিও আদালতে এয়া নাকচ কৰে ৷

Exit mobile version