৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ সৰ্বমুঠ ৪৩ গৰাকী সাহিত্যিকৰ নাম ঘোষণা কৰিছে । সেইসকলৰ ভিতৰত-
ADVERTISEMENT
- হিৰণ শইকীয়া লহকৰ( গলীয়া হাটী, বৰপেটা)
- সমৰ বিজয় চক্ৰৱৰ্তী ( শিলচৰ, কাছাৰ)
- বিমল ৰাজখোৱা ( ধেমাজি টাউন, ধেমাজি)
- বিদ্যাভূষণ দেউৰী (নতুন নিৰ্মালী গাঁও(পশ্চিম), ডিব্ৰুগড়)
- হেমচন্দ্ৰ শইকীয়া ( চিৰতীয়া গাঁও, যোৰহাট)
- ভৱকান্ত দেৱ গোস্বামী (কমলাবাৰী সত্ৰ, যোৰহাট)
- দীনেশ চন্দ্ৰ ডেকা ( মালিগাঁও, কামৰূপ মহানগৰ)
- অজিত কুমাৰ দত্ত(পাণ্ডু, কামৰূপ মহানগৰ)
- ড° ৰোমান শৰ্মা ( বামুণীমৈদাম,কামৰূপ মহানগৰ)
- সবিতা দেৱী ( জাপৰিগোগ, কামৰূপ মহানগৰ)
- অশ্বিনী কুমাৰ বেজবৰুৱা ( চান্দমাৰী, কামৰূপ মহানগৰ)
- জীমনি চৌধুৰী(উলুবাৰী, কামৰূপ মহানগৰ)
- হৰেন্দ্ৰ নাথ শৰ্মা(হেঙেৰাবাৰী, কামৰূপ মহানগৰ)
- অতুল মজুমদাৰ ( জালুকবাৰী, কামৰূপ মহানগৰ)
- বকুলী বৈশ্য ( জু-ৰোড, কামৰূপ মহানগৰ)
- ড° চম্পকলাল বৈশ্য ( জু-ৰোড, কামৰূপ মহানগৰ)
- বাবুল দাস ( ৰূপনগৰ, কামৰূপ মহানগৰ)
- গিৰীন্দ্ৰ নাথ ডেকা(কেন্দুৱা, কামৰূপ গ্ৰাম্য)
- শ্ৰীপ্ৰকাশ দাস ( হাজো, কামৰূপ গ্ৰাম্য)
- ড° প্ৰেমানন্দ মছাহাৰী (লাংহিন, কাৰ্বি আংলং)
- সিং ক্ৰ’ ( ডিফু, কাৰ্বি আংলং)
- সুনীল কুমাৰ গোস্বামী ( বাৰপূজীয়া, মৰিগাঁও)
- থুনু শইকীয়া কলিতা ( শেনছোৱা, নগাঁও)
- কামিনী কান্ত শৰ্মা ( চ’ক বজাৰ, নলবাৰী)
- দিপালী ভট্টাচাৰ্য বৰুৱা(শংকৰ মন্দিৰ ৰোড, শিৱসাগৰ)
- ড° চাৰু চহৰীয়া নাথ (মাজগাওঁ, শোণিতপুৰ)
- নন্দেশ্বৰ দৈমাৰী( অম্বাগাঁও, ওদালগুৰি)
- ৰেৱতী মোহন তিমছিনা(ৰৌতা, ওদালগুৰি)
- ভূধৰ বৰা ( বেদেতী, বিশ্বনাথ)
- আনোৱাৰ হুছেইন ( বোলকামাৰী, ধুবুৰী)
- প্ৰণৱপ্ৰাণ ভট্টাচাৰ্য ( উলুবাৰী, কামৰূপ মহানগৰ)
- মহেন্দ্ৰনাথ তালুকদাৰ (দিছপুৰ, কামৰূপ মহানগৰ)
- অপূৰ্ব বৰদলৈ ( বোকাখাত, গোলাঘাট)
- বিৰজা দেৱী ( পাণ্ডু, কামৰূপ মহানগৰ)
- অতুল চন্দ্ৰ মহন্ত ( দেৰগাঁও, গোলাঘাট)
- মীৰা ডেকা ( বৰনদী, নলবাৰী)
- চন্দ্ৰপ্ৰভা ভট্টাচাৰ্য ( মালৌ আলি, যোৰহাট )
- গৌৰী শইকীয়া ( খনীয়াগাঁও, ডিব্ৰুগড়)
- বিপুল চন্দ্ৰ কলিতা(শুৱালকুচি, কামৰূপ গ্ৰাম্য)
- কমল কুমাৰ কলিতা( নুনমাটি, কামৰূপ মহানগৰ)
- মানিকলাল ভৌমিক(বৰপেটা ৰোড, বৰপেটা)
- হীৰেণ দাস ( মেটুৱাকুছি, বৰপেটা)
- সতীশচন্দ্ৰ দাস (গলীয়া হাটী, বৰপেটা)