অসমৰ চাৰিজন যুৱ ক্ৰিকেটাৰে ডুবাইত অনুষ্ঠিত হ’ব লগা আই পি এলত বলাৰ হিচাপে স্থান লাভ কৰিছে । তেওঁলোক হ’ল লক্ষীমপুৰৰ জিতুমণি কলিতা, শিলচৰৰ ৰাহুল সিং, মৃন্ময় দত্ত আৰু ডিব্ৰুগড়ৰ মুখতাৰ হুচেইন ।
ADVERTISEMENT
১৯ ছেপ্তেম্বৰৰ পৰা ৫৩ দিনীয়া এই শৃংখলাত স্বাস্থ্য সম্পৰ্কীয় প্ৰট’কলৰ বাবে আইপিএলৰ ৮ টা দলে নিজৰ নিজৰ নেট বলাৰ বাচনি কৰিছে ৷ শৃংখলাৰ নিয়ম অনুসৰি এই শৃংখলাত স্থানীয় ক্ৰিকেটাৰ বাছনি কৰিব নোৱাৰিব।