বিহামপুৰ সৰুক্ষেত্ৰী শাখাৰ একাংশ সদস্য আৰু স্থানীয় লোকৰ সহযোগত স্বাধীনতা দিৱসৰ দিনটোতে বানেকুছিৰ বনজিত ডেকাৰ ঘৰত প্ৰেৰণা পুথিভঁৰালৰ নতুন শাখা মুকলি কৰা হয় ।এই উপলক্ষে বিধি সন্মত কৰ’নাত নীতি নিয়ম মানি পুথিভঁৰালৰ নতুন শাখাটো মুকলি কৰে মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ।তদুপৰি ভোগবাদী সমাজ ব্যৱস্থাৰ বিপৰীতে নৱপ্ৰজন্মক গ্ৰন্থৰ মাজেদি প্ৰেৰণা পুঁথিভৰালৰ গণতান্ত্ৰিক আৰু বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন পৰিৱেশ গঢ়াত গ্ৰহণ কৰি অহা ভূমিকা সন্দৰ্ভত ব্যক্তব আগবঢ়াই ধনেশ্বৰ বৈশ্য,নিত্যানন্দ চহৰীয়া,কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তিলক শৰ্মাই ।
স্বাধীনতা দিৱসতে গ্ৰন্থ বিপ্লৱ আৰম্ভ নলবাৰীৰ এটা পৰিয়ালত
-
By publisher

- Categories: Assam, Education, News
- Tags: Bihampur nalbari
Related Content
Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
By
publisher
May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
By
publisher
May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
By
publisher
May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ'চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
By
publisher
May 5, 2026
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026