Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই ৯ মে'ত পশ্চিমবংগত নতুন চৰকাৰৰ শপতগ্রহণ দিন ঘোষণা বংগ বিজেপিৰ ৰাজ্যিক সভাপতি সমিক ভট্টাচাৰ্যৰ, বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত নিৰ্বাচন কৰা হ'ব বিধায়িনী দলপতি

publisher by publisher
May 5, 2026
in News
Reading Time: 1 min read
0
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Mithun Chakraborty:পশ্চিমবংগত বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিজেপিৰ হৈ মাৰাথন প্ৰচাৰাভিযান

WB :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:পূব ভাৰতৰ এই গুৰুত্বপূৰ্ণ দুৰ্গটোত নিজক প্ৰতিষ্ঠা কৰি সোমবাৰে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিয়ে দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হয় ৷

ADVERTISEMENT

এই ৰাজকীয় বিজয়ৰ পিছতে বিজেপিয়ে নতুন চৰকাৰৰ শপতগ্ৰহণৰ বাবে ৯ মে’ৰ দিনটো ধাৰ্য্য কৰিছে। বিজেপিয়ে কিয় এই তাৰিখ বাছি লৈছিল সেই কথা জানিবলৈ ৰাইজৰ কৌতুহল জাগিছিল। খবৰ অনুসৰি বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কলকাতা ভ্ৰমণৰ কথা। তেওঁ বিজেপিৰ নিৰ্বাচিত বিধায়কৰ সৈতে আলোচনাত মিলিত হ’ব৷ তাৰ পিছতে বিধায়িনী দলৰ নেতা আৰু বংগৰ নতুন মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব। মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে নাম উচ্চাৰিত হৈছে বংগ বিজেপিৰ বলিষ্ঠ নেতা ভবানীপুৰত মমতা বেনাৰ্জীক পৰাভূত কৰা শুভেন্দু অধিকাৰী ৷ অধিকাৰী নন্দিগ্ৰাম সমষ্টিটো জয়ী হয় ৷ একেদৰে মুখ্যমন্ত্ৰীৰ ৰেছত আছে পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি সমিক ভট্টাচাৰ্য ৷ অৱশ্যে মুখ্যমন্ত্ৰী সন্দৰ্ভত বিজেপিৰ সংসদীয় বোর্ডে ল’ব চুড়ান্ত সিদ্ধান্ত ৷সংসদীয় বোর্ডৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰীঅমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপত নীতিন নবীন ,পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি সমিক ভট্টাচাৰ্য আৰু বংগ বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীয়ে।

উল্লেখ্য যে ৯ মে’ তাৰিখটো বিশ্বগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম বাৰ্ষিকী। বংগৰ সংস্কৃতিৰ প্ৰতি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীত আৰু সাহিত্যৰ গুৰুত্ব কোৱা বাহুল্য। গোটেই নিৰ্বাচনী প্ৰচাৰত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল যে বিজেপিয়ে ক্ষমতালৈ অহাৰ লগে লগে বংগৰ সংস্কৃতিক ধ্বংস কৰিব । বিজেপিয়ে বংগৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি কিমান কম গুৰুত্ব দিয়ে সেই সম্পৰ্কে টিএমচিৰ অভিযোগ প্ৰতিহত কৰাৰ আশাত নতুন চৰকাৰ গঠনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম বাৰ্ষিকী দিনটো বাছি লৈছে। মঙলবাৰে ককলকাতাত ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই ৯ মে’ত পশ্চিমবংগত নতুন চৰকাৰৰ শপতগ্রহণ কৰা হ’ব ঘোষণা কৰে বংগ বিজেপিৰ ৰাজ্যিক সভাপতি সমিক ভট্টাচাৰ্যই ৷

উল্লেখযোগ্য বিভিন্ন বিতৰ্কৰ মাজেৰে নির্বাচন অনুষ্ঠিত পশ্চিমবংগ বিধানসভাৰ মুঠ ২৯৪ খন আসনত একক সংখ্যাগৰিষ্ঠতা অর্জন কৰিবলৈ সক্ষম হৈছে বিজেপি। পশ্চিমবংগৰ মুঠ আসন ২৯৪ ৰ ভিতৰত বিজেপিয়ে ২০৬ খন আসনত জয়লাভ কৰিছে। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে এটা দল বা মৰ্চাক ১৪৮ খন আসনৰ প্ৰয়োজন। লক্ষ্যণীয়ভাবে এই নির্বাচনত স্বয়ং তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ো পৰান্ত হৈছে। তেওঁ ভবানীপুৰ সমষ্টিত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত ধৰাশায়ী হৈছে। বিজেপি প্রার্থী অধিকাৰীয়ে মমতাক ১৫,১০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ বিপৰীতে যোৱাবাৰৰ বিধানসভা নির্বাচনত্র আসন দখল কৰা তৃণমূল কংগেছ জয়ৰ সম্ভাৱনা থকা সমষ্টিৰ সংখ্যা ৮১টালৈ হ্রাস পাইছে। নিশালৈকে ভোটগণনা চলি আছে। শেহতীয়া তথ্য অনুসৰি দলে কথমপি ৮১ টাত জয়লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ফলতা সমষ্টিৰ পুনৰ ভোটগ্রহণ হ’ব। যোৱা ২৯ এপ্রিলত অনুষ্ঠিত ভোটগ্রহণত সমষ্টিটোৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়। সেই অনুসৰি অহা ২১ মে’ত সমষ্টিটোৰ পুনৰ ভোটগ্রহণৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে। গতিকে সোমবাৰে ২৯৩ টা সমষ্টিৰহে ভোটগণনা হয়। শেহতীয়া খবৰ অনুসৰি এই সমষ্টিসমূহৰ ২০৮ টাত বিজেপিৰ জয়ৰ সম্ভাৱনা আছে। আনহাতে একাংশ বিশ্লেষকে মন্তব্য কৰা অনুসৰি মোদী-শ্বাহৰ ‘বংগ দখল’ অভিযান সফল হোৱাৰ লগে লগে ২০২৯ৰ লোকসভা নির্বাচনলৈ বিজেপিৰ পথ একপ্রকাৰ মসৃণ হৈ পৰিল। কিয়নো বংগত লোকসভা আসনৰ সংখ্যা হ’ল ৪৫ ৷ এই আটাইকেইখন আসন নিজৰ দখললৈ অনাৰ ক্ষেত্ৰত একপ্ৰকাৰ সহজলভ্য হৈ পৰিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kalkatanew bjp Govtrabindra jayantiwb assembly resultswb Oath Date
publisher

publisher

Related Posts

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d