Hagrama Mohilary:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:বিজেপি নেতৃত্বাধীন এনডিএ চমকপ্ৰদ ফলাফল লাভৰ পিছতে দিছপুৰত ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ ৷ মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি বিটিচি মুৰব্বী গৰাকীয়ে শুভেচ্ছা জনায় ৷
ADVERTISEMENT

মুখ্যমন্ত্ৰীক শুভেচ্ছা জনায় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে।





























