Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না মহামাৰীৰ সময়ত ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকিলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব? পঢ়ক সবিশেষ

publisher by publisher
August 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি
1
SHARES
10
VIEWS
ShareShareShareShare

সমগ্ৰ দেশত সম্প্ৰতি কৰ’নাৰ সংহাৰ ৷ তাৰ মাজতে কৰ’নাৰ পৰা সংক্ৰমণ নহ’বলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিছো ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিছো,মাস্ক পৰিধান কৰিছো ৷ কিন্তু যদি কাৰোবাৰ ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেন্তে তেওঁলোকে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব ৷ কাৰণ

ADVERTISEMENT

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশেষজ্ঞসকলে বয়োজ্যেষ্ঠ লোকসকলক কৰ’না ভাইৰাছৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। চাওঁ আহক ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকিলে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ল’ব লগীয়া কিছুমান সাৱধানতা-

RelatedPosts

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

Covid Update : দেশত এদিনতে কৰ’না আক্ৰান্তৰ সংখ্যা চাৰি হেজাৰ ! এণ্টিবায়টিক লৈ নতুন নিৰ্দেশ কেন্দ্ৰৰ

  • সদায়ে মুখ আৰু নাক ঢকা কাপোৰৰ মাস্ক পৰিধান কৰিব লাগে ।
  • ঘৰত ইজনে সিজনৰ পৰা কমেও ৬ ফুট দূৰত্ব বৰ্তাই ৰাখিব লাগে ।
  • সদায় লগত চেনিটাইজাৰ ৰাখিবলৈ নাপাহৰিব ৷ কাৰণ পানী আৰু চাবোন নথকা ঠাইত আপুনি চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰিব ৷
  • যদি ভ্ৰমণলৈ যাব লগীয়া হয়, সম্ভৱ হ’লে অকলে যাব। লগত শিশুক নিয়াৰ পৰা বিৰত থাকক । কাৰণ শিশুৱে ৰাজহুৱা স্থানত যি কোনো বস্তু চুই আপোনাৰ ঘৰলৈ ভাইৰাছ কঢ়িয়াব পাৰে ৷

ইফালে কৰ’না মহামাৰীৰ সময়ত আপুনি যদি জৰুৰীকালীন সেৱাত নিয়োজিত তেন্তে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব? এই ক্ষেত্ৰত-

  • নিজৰ কাম এৰাৰ পিছত প্ৰায় ২০ ছেকেণ্ড চাবোনেৰে হাত ধোৱক।
  • কামৰ পৰা যেতিয়া ঘৰলৈ আহিব তেতিয়া কাপোৰ, জোতা পৰিৱৰ্তন কৰাৰ উপৰিও চাবোনেৰে ভালকৈ হাত ধোৱক । পৰাপক্ষত গা ধোৱক ৷ আনহাতে যদি ঘৰৰ শিশুও বাহিৰত ফুৰিবলৈ বা কোনো অনুষ্ঠানলৈ গৈছে তেওঁলোককো কাপোৰ, জোতা পৰিৱৰ্তন কৰিবলৈ দিয়ক ৷ লগতে হাত ধুবলৈ দিয়ক ৷ কাৰণ শিশুসকলৰ দ্বাৰাও কৰ’না ভাইৰাছ বয়োজ্যেষ্ঠজনলৈ সংক্ৰমণ হ’ব পাৰে ।
  • আনহাতে যদি আপোনাৰ কৰ’না লক্ষণ হোৱা যেন অনুভৱ হৈছে তেন্তে ঘৰতে ইজনে সিজনৰ প্ৰতি সামাজিক দূৰত্ব বৰ্তাই ৰাখক । যদি সম্ভৱ হয় তেন্তে পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা আঁতৰত ঘৰৰ এটা কোঠাত আৱদ্ধ হৈ থাকক ৷ অন্যথা যদি আপুনি একাষৰীয়াকৈ থাকিব নোৱাৰে তেন্তে পৰিয়ালৰ অন্য সদস্যৰ পৰা ৬ ফুট দূৰত্ব বৰ্তাই ৰাখক।

কৰ’নাৰ সময়ত যদি জৰুৰীকালীন সেৱা বা নিজৰ চাকৰি কৰিও ঘৰত বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ’লে কি কৰিব আপুনি? এই ক্ষেত্ৰত-

  • বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰাৰ আগতে বা তেওঁলোকক আলপৈচান ধৰাৰ আগত চাবোনেৰে হাত ধুবলৈ নাপাহৰিব ৷
  • লগতে সেইসময়ত নাক আৰু মুখ ঢাক খোৱাকৈ কাপোৰৰ মাস্ক পৰিধান কৰক।
  • যদি আপুনি ঘৰ চাফা কৰিবলৈ টাৱেল ব্যৱহাৰ কৰিছে তেন্তে সেইখন ভালকৈ পৰিস্কাৰ কৰি ধোৱক ৷

ৰন্ধা বা খাদ্য বিলোৱাৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব-

  • যিকোনো বস্তু ৰন্ধাৰ আগতে হাতখন ভালকৈ ধুবলৈ নাপাহৰিব।
  • প্ৰত্যেকটো বস্তু ব্যৱহাৰ কৰাৰ পিছত হাতখন ধুবলৈ নাপাহৰিব ৷
  • খাদ্য ৰান্ধোতে বেছি জুইত ভালকৈ সিজাব লাগে । যাতে বেক্টেৰিয়া মৰি যায়।
  • খাদ্য খাওঁতেও পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা প্ৰায় ৬ ফুট দূৰত্ব বৰ্তাই ৰাখক । ডাইনিঙত পৰিয়ালৰ লোকৰ লগত খোৱাৰ বিপৰীতে অকলে খাওক বা এটা কোঠাত খাওক ।
  • পৰিয়ালৰ প্ৰত্যেকজন লোকে খাদ্য খোৱাৰ আগতে হাত ধোৱক ।
  • খাদ্য খোৱা কাঁহীসমূহ পৰিবেশনৰ আগত আৰু পিছত ভালকৈ ধোৱক।
  • লগতে পিন্ধা কাপোৰসমূহ ধুই মেলোতেই পৰিয়ালৰ অন্যান্য লোকৰ পৰা ৬ ফুট আঁতৰত মেলক ৷
  • ইয়াৰোপৰি প্ৰায় ২০ ছেকেণ্ড চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক ।
  • নাক, মুখ সঘনাই হাতেৰে চোৱাৰ অভ্যাস পৰিত্যাগ কৰক ৷
  • কাঁহ, হাঁচি মাৰোতে মাস্ক বা ৰুমালেৰে মুখ, নাক ঢাকি ৰাখিব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CorornavirusCovid-19
publisher

publisher

Related Posts

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d