প্ৰচণ্ড বৃষ্টিপাতৰ সন্মুখীন ৰাজধানী দিল্লী

aa Cover rjksrckogmc09vg0buvrqr5sn7 20200819145018.Medi

প্ৰচণ্ড বৃষ্টিপাতৰ সন্মুখীন হয় দেশৰ ৰাজধানী দিল্লীস্থিত গাজিয়াবাদ আৰু নয়দা ৷ যাৰ কাৰণে গাজিয়াবাদ আৰু নয়দাৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয় । ইফালে কৃত্ৰিমবানৰ ফলত যান বাহনৰ সমস্যাৰ সৃষ্টি হয় অঞ্চলটোত ।

আনহাতে দিল্লীৰ যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে টুইটাৰ একাউণ্টৰ জৰিয়তে যান বাহনৰ সমস্যা সন্দৰ্ভত সকলো নাগৰিকক সজাগ কৰি দিয়ে ৷ উল্লেখযোগ্য যে অনাগত ২৪ ঘন্টাত উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, পঞ্জাব, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ ৷ হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু কেৰেলাত বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে ৷

Exit mobile version