ৰামমন্দিৰৰ সন্দৰ্ভত নতুন দিল্লীত বৈঠক

a95118d3 0367 43bd a82f 86ff106ae94a

অনাগত ৩৬-৪০মাহত মাহত মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব ৷ অভিযন্তাসকলে মন্দিৰৰ মাটিৰ গুণাগুণ পৰীক্ষা কৰি আছে ৷ মন্দিৰ নিৰ্মাণত লোহাৰ ব্যৱহাৰ কৰা নহ’ব । আজি নতুন দিল্লীত হোৱা এখন বৈঠকত মন্দিৰৰ ট্ৰাষ্টে এই কথা সদৰী কৰে  ৷

আনহাতে মন্দিৰটো ভূমিকম্প আৰু ধুমুহা বতাহ প্ৰতিৰোধ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব । মন্দিৰত লোহা ব্যৱহাৰ কৰা নহয় । উল্লেখযোগ্য যে যোৱা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হয় । এই ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত আছিল ।

Exit mobile version