Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাঘজানত দাও দাওকৈ জলি থকা তৈল খাদৰ জুইকুৰাৰ প্ৰচণ্ড শব্দ প্ৰদূষণে জনজীৱন স্তব্ধ কৰি তুলিছে

publisher by publisher
August 21, 2020
in Assam, News
Reading Time: 1 min read
0
বাঘজানত দাও দাওকৈ জলি থকা তৈল খাদৰ জুইকুৰাৰ প্ৰচণ্ড শব্দ প্ৰদূষণে জনজীৱন স্তব্ধ কৰি তুলিছে
3
SHARES
32
VIEWS
ShareShareShareShare

তিনিচুকীয়া জিলাৰ বাঘজানত অহৰহ জ্বলি থকা বি জি আৰ -৫ নং তৈলখাদৰ জুইকুৰাই গাঁওখনৰ জনজীৱন স্তব্ধ কৰি তুলিছে। তৈল খাদটোৰ জুইকুৰাৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু প্ৰচণ্ড শব্দৰ প্ৰদূষণে আকাশ বতাহ স্তব্ধ কৰি তোলাৰ সময়তে এগৰাকী প্ৰসূতিয়ে ন মহীয়া মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

প্ৰাপ্ত তথ্য মতে, মূৰবিষ আৰু উশাহৰ সমস্যাত ভূগি থকা বাঘজান গাঁৱৰ দিলীপ মাল্লাহৰ পত্নী সুমিত্ৰা মাল্লাহে যোৱা ১৭ আগষ্টত স্বামীগৃহৰ পৰা দুলীয়াজান অইল হস্পিতাললৈ গৈ থকা পথত এম্বুলেন্সতে সুমিত্ৰাই সাধাৰণভাৱে মৃত নৱজাতকক প্ৰসৱ কৰে ৷ সুমিত্ৰাই সদৰী কৰা মতে যোৱা ২৭ মে’ত বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদটোত গেছ কূপ বিস্ফোৰণ ঘটা দিনাৰে পৰা মুৰ ঘূৰণীত ভোগিছিল ৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

তৈল খাদটোত ৯ জুনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ২১ দিনৰ দিনা দিলীপ মাল্লাহে ন মহীয়া অন্তঃসত্ত্বা পত্নী সুমিত্ৰা মাল্লাহক শদিয়াৰ সম্পৰ্কীয় লোকএজনৰ ঘৰত থৈ আহে ৷ দিলীপ মাল্লাহই সদৰী কৰা মতে প্ৰসৱৰ দিন চমু চাপি অহাত সুমিত্ৰাক শদিয়াৰ পৰা এখন মাৰুতি ভান গাড়ীত ১৭ দিন পূৰ্বে স্বগৃহলৈ অনা হৈছিল ৷ সেইমতে যোৱা ১৮ আগষ্টত সুমিত্ৰাই নমহীয়া নৱজাতকটিক প্ৰসৱ কৰোৱাৰ দিন আছিল ৷ কিন্তু ১৭ আগষ্ট সন্ধিয়া সুমিত্ৰাই প্ৰসৱৰ বিষ অনুভৱ কৰাত স্বামী দিলীপ মাল্লাহই ততাতৈয়াকৈ বাঘজান গাৱঁস্থিত অইলৰ ইপিএছ’ৰ এখন এম্বুলেন্সত সুমিত্ৰাক দুলীয়াজান অইল হস্পিতাললৈ লৈ গৈ থকা মাজবাটতে সুমিত্ৰাই সাধাৰণভাৱে মৃত নমহীয়া নৱজাতকটিক প্ৰসৱ কৰে ৷

আনহাতে, দুৰ্ভগীয়া সুমিত্ৰাই সদৰী কৰা মতে নমাহ গৰ্ভধাৰণৰ সময়চোৱাত বি জি আৰ-৫ নং তৈল খাদটোৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু শব্দ প্ৰদূষণৰ ফলত প্ৰচণ্ড মূৰবিষ আৰু বুকু ঢপঢপনিত ভূগি আছিল সুমিত্ৰাই ৷ ইফালে দুটি কন্যা সন্তানৰ মাতৃ সুমিত্ৰাই মৃত নৱজাতকক প্ৰসৱ কৰা বিষয়টোৱে বাঘজান গাৱঁত বিৰূপ প্ৰভাৱ পেলাইছে ৷

যোৱা ২৭ মে’ৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলে অস্বাস্থ্যকৰ পৰিৱেশত আশ্ৰয় শিবিৰত যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ পিছতো অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক বিশেষকৈ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়া বাবেই নমহীয়া অন্তঃসত্ত্বা সুমিত্ৰাই মৃত নৱজাতকক প্ৰসৱ কৰিবলগীয়া হ’ল বুলি কয় বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সম্পাদক সত্যজিৎ মৰাণ আৰু তীক্ষ্ণজ্যোতি হাজৰিকাই ৷ সংঘৰ বিষয়ববীয়া সকলে আজি দুপৰীয়া বাঘজান-দীঘলটৰং ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ আশ্ৰয় শিবিৰত সুমিত্ৰা মাল্লাহই মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাটোৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক এখন আয়োজন কৰে ৷ বৈঠকত সংঘৰ নেতৃত্বই সুমিত্ৰা মাল্লাহই মৃত নৱজাতকক জন্ম দিয়া ঘটনাটো তদন্ত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান আৰু বাঘজান গাৱঁৰ অন্তঃসত্ত্বা প্ৰসূতি সকলক উন্নত চিকিৎসা ব্যৱস্থা প্ৰদানৰ দাবী উত্থাপন কৰি অইল আৰু প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে বাঘজান গাৱঁত তৈল খাদৰ জুইকুৰাৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু শব্দ প্ৰদূষণৰ মাজত ২২ গৰাকী গৰ্ভৱতী মহিলাই যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷ একেসময়তে বাঘজান গাৱঁত গাই গৰুৱে মৃত পোৱালি প্ৰসৱ কৰা ঘটনা পোহৰলৈ আহিছে ৷

তৈল খাদটোৰ গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত হৈ মাগুৰি-মটাপুং বিলত মাছ, কাছ, আপুৰুগীয়া শিহু মৃত্যুৰ মুখত পৰাৰ সময়তে গাই গৰুৱে মৃত পোৱালি প্ৰসৱ কৰা ঘটনাক বাঘজানবাসীয়ে সহজভাৱে ল’ব নোৱাৰা সময়তে সুমিত্ৰা মাল্লাহই নমহীয়া মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাটোৱে বাঘজান গাৱঁৰ গৰ্ভৱতী মহিলাসকলে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ অতি শীঘ্ৰেই বাঘজান গাৱঁৰ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত অইল কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে চিকিৎসাজনিত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যৱ সংঘটোৰ নেতৃবৰ্গই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBaghjanTinsukia
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d