কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত দলটোৱেই ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ কিন্তু সম্প্ৰতি আটাইতকৈ চৰ্চা লাভ কৰি থকা কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটবন্ধনৰ বিৰোধিতা কৰিছে কংগ্ৰছৰ ঘৰৰে সদস্য ৰানা গোস্বামী,অজন্তা নেওগ আৰু ৰূপজ্যোতি কুৰ্মীৰ লগতে জ্যেষ্ঠ নেতাসকলে ৷ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কাি তৰুণ গগৈ কয় যে বিজেপিয়ে ১০০ ৰো অধিক আসন পালে কংগ্ৰেছ এৰিব তৰুণ গগৈয়ে।লগতে গগৈয়ে কয় যে চৰকাৰ গঠন কৰিব পৰাকৈ অধিক আসন লাভ কৰিব কংগ্ৰেছে ৷
প্ৰসংগঃ কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটবন্ধন
-
By publisher
Related Content
Moral policing case In Guwahati:মহানগৰীৰ কাহিলীপাৰাৰ ৰাজপথত নাৰকীয় ঘটনা
By
publisher
November 18, 2024
Silchar Incident:আৰক্ষীলৈ শিলগুটি নিক্ষেপ, লাঠি চাৰ্জ,আহত ৪ সাংবাদিক
By
publisher
November 16, 2024
How secure is your G-Mail :আপোনাৰ G-Mail কিমান সুৰক্ষিত ?
By
publisher
November 16, 2024
Aap Assam Pressmeet:উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ
By
publisher
November 16, 2024
National Press Day Celebration in Guwahati:মহানগৰীত ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
By
publisher
November 16, 2024