Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assam is the most polluted state in the country:দেশৰে সৰ্বাধিক প্ৰদূষিত ৰাজ্য অসম, দিছপুৰ আটাইতকৈ প্রদূষিত অঞ্চল প্ৰদূষণৰ অ

প্ৰদূষণৰ অতি ভয়ংকৰ সংকটত অসম, মানৱ শৰীৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰেগুৱাহাটীৰ বায়ুমণ্ডলে, পৰিৱেশ নিয়ন্ত্ৰণৰ ন্যূনতমো ব্যৱস্থা নাই চৰকাৰ-প্ৰশাসনৰ

publisher by publisher
January 30, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Assam is the most polluted state in the country:দেশৰে সৰ্বাধিক প্ৰদূষিত ৰাজ্য অসম, দিছপুৰ আটাইতকৈ প্রদূষিত অঞ্চল  প্ৰদূষণৰ অ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Assam is the most polluted state in the country:

ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত পৰিছে অসম। আজিৰ দিনটোত সামগ্রিকভাৱে অসমৰ গড় প্ৰদূষণৰ মাত্ৰা দেশৰ ৰাজ্যবোৰৰ ভিতৰত সর্বোচ্চ। আকৌ অসমৰ ভিতৰতে দিছপুৰ আৰু বৃহত্তৰ গুৱাহাটীৰ বায়ু প্ৰদূষ্কাৰ সূচাংকৰ পৰিমাণ আটাইতকৈ বিপজ্জনকৰূপে পৰিগণিত হয়। আজি গুৱাহাটীৰ প্ৰদূষিত বায়ুমণ্ডল ইমানেই বিষাক্ত হৈ পৰে যে ই মানর শৰীৰৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে। একাধিক সংস্থাই আজি এই পৰিসংখ্যা নির্ণয় কৰিছে। বায়ুমণ্ডল অতি বিষাক্ত হৈ পৰাৰ বাবেই গুৱাহাটীৰ বহু লোকে আজি উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হয়।

ADVERTISEMENT

বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা ছটা স্তৰত পৰীক্ষা কৰা হয়। সেই অনুসৰি, বায়ুৰ মান সূচাংক (একিউআই) ০-৫০লৈ ভাল তথা মানসম্পন্ন বুলি গণ্য কৰা হয়। ৫১-১০০লৈ সূচাংক থাকিলে মধ্যমীয়া বুলি গণ্য কৰা হয়। ১০১-১৫০ লৈ সূচাংক স্পৰ্শকাতৰ। ১৫১-২০০লৈ সূচাংক অস্বাস্থ্যকৰ। তেনেদৰে ২০১-৩০০লৈ সূচাংক হ’ল অতি অস্বাস্থ্যকৰ। আনহাতে, ৩০১-৫০০লৈ সূচাংকক অতি বিপজ্জনক বুলি গণ্য কৰা হয়।

সামগ্রিকভাৱে আজি দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ সূচাংক হয় ২২০ আৰু এয়া হ’ল অতি অস্বাস্থ্যকৰ। বিশ্বৰ অন্যতম প্রদূষিত মহানগৰ হ’ল দিল্লী। সেই দিল্লীৰে আজি সামগ্রিক একিউআই হ’ল ২১০। ৰাজ্যবোৰৰ একিউআইৰ আজিৰ তালিকাত শীৰ্ষত থকা ৰাজ্যখনেই হ’ল অসম। এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লী।

অসম-দিল্লীৰ বাদে দেশৰ আন সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ একিউআই আজি ২০০ৰ তলত থাকে। অসমৰ ভিতৰত আকৌ আজিৰ দিনটোত সর্বাধিক প্রদূষিত অঞ্চলৰূপে চিহ্নিত হয় দিছপুৰ। আজি সন্ধিয়া দিছপুৰৰ একিউআই ৫১৮লৈ বৃদ্ধি হয়। সেই হিচাপত দিছপুৰ আজি ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত অঞ্চলৰূপেও পৰিগণিত হয়।

উল্লেখ্য যে দেশৰ বায়ু প্ৰদূষণৰ এই সূচাংকৰ পৰিমাণ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত প্ৰকাশ পাইছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ শুনি ভাল লগা কথাবোৰহে অসমৰ নেতৃত্ব লোৱাসকলে আওৰাই আহিছে। নিশ্চিতভাৱে ইয়াত চৰকাৰ-প্ৰশাসনে মূল ভূমিকা লৈ আহিছে; কিন্তু কথাবোৰক হাতে-কামে ৰূপায়ণত ন্যূনতমো কোনো ব্যৱস্থা লোৱা হোৱা নাই। চৰকাৰ-প্ৰশাসন যে ইয়াৰ প্রতি চূড়ান্ত দায়বদ্ধহীন, সেয়া তেওঁলোকে নিজেই প্ৰমাণ কৰিছে।

চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্রা বৃদ্ধি হয়। অথচ এই ক্ষেত্রত কোনো কার্যব্যৱস্থা অদ্যাপি লোৱা নাই। প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ পৰা জধে-মধে চলি থকা নির্মাণকার্য অন্ততঃ সাময়িকভাৱে হ’লেও ধৰণৰ নিয়ন্ত্ৰণলৈ অনাৰ পদক্ষেপ লোৱা হোৱা নাই। অথচ এনে ধৰণৰ। তাৎক্ষণিকভাৱে গ্ৰহণৰে দিল্লীৰ পৰিৱেশ সাময়িকভাৱে হ’লেও সুস্থিৰ কৰিবলৈ চেষ্টা চলাই অহা হৈছে।

পাহাৰসমূহতো নিয়মিতভাৱে খনন চলিছে। এইবোৰ বন্ধ কৰাৰো কোনো উদ্যোগ নাই। ব্ৰহ্মপুত্ৰৰ পৰা উৰি অহা ধূলি-বালিয়ে গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বায়ুমণ্ডল স্বাভাৱিকভাৱে প্ৰদূষিত কৰে। তেনে ক্ষেত্ৰত বায়ু প্ৰদূষণ ৰোধৰ অন্যান্য ব্যৱস্থাসমূহ নলৈ হাত সাৱটি বহি থকাটোৱে গুৰুতৰ বিষয়টোৰ প্ৰতি চৰকাৰ-প্ৰশাসনৰ দায়বদ্ধহীনতাকে স্পষ্ট কৰিছে।

প্ৰসংগক্রমে উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী উত্তৰ গুৱাহাটীৰ একিউআই আজি ২৪৩ লৈ বৃদ্ধি হয়। এই সূচাংক অতি অস্বাস্থ্যকৰ শ্ৰেণীত পৰে। উত্তৰ গুৱাহাটীত চলি থকা ব্যাপক নির্মাণ কাৰ্য আৰু উদ্যোগসমূহৰ ওলোৱা ধোঁৱাই হ’ল বায়ু প্রদূষণৰ মাত্ৰা এনেদৰে বৃদ্ধি কৰাৰ অন্যতম কাৰণ। পলাশবাৰীৰো একিউআই ২২১লৈ বৃদ্ধি হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assammost polluted stateRECORDED AN AQI
publisher

publisher

Related Posts

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d