Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ

নিজস্ব উৎপাদনত আওকাণ কৰি অহা শক্তি বিভাগৰ বিদ্যুৎ ক্রয়তে বছৰি ব্যয় ১০ হেজাৰ কোটিৰো অধিক টকা, প্রতি ইউনিটত গড়ে ৯.৭০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ, ২৪শ মেগাৱাট চাহিদাৰ বিপৰীতে উৎপাদন ৩২০ মেগাৱাট

publisher by publisher
January 30, 2025
in News, Assam, India
Reading Time: 2 mins read
0
APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

APDCL:

বাৰে বাৰে উপভোক্তাৰ মূৰত ৰাম টাঙোন শোধাই অধিক পৰিমাণৰ মাচুল আদায়ত লিপ্ত হোৱা অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ নিজৰ ঘাটি পুৰাবলৈ সকলো ধৰণৰ অপচেষ্টা অব্যাহত ৰাখিছে। সেই লক্ষ্যৰেই অহা এপ্ৰিলৰ পৰা পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ অসম বিদ্যুৎ নিয়ামক আয়োগত প্রস্তাব দাখিল কৰিছে।

ADVERTISEMENT

এপিডিচিএলে নিয়ামক আয়োগক অৱগত কৰা অনুসৰি, তেওঁলোকে ১১,৬৫২.৪৯ কোটি টকা সংগ্ৰহ কৰিবই লাগিব। তেতিয়াহে নিজৰ ব্যয়ৰ জোৰা মাৰিব পাৰিব। ইয়াৰ বাবে উপাৰ্জনৰ একমাত্র পথ হ’ল বিদ্যুৎ মাচুল। প্রতি ইউনিট বিদ্যুৎ মাচুল বৰ্তমানৰ তুলনাত বৃদ্ধি নকৰিলে উক্ত পৰিমাণৰ ব্যয়ৰ জোৰা মৰা মুঠেই সম্ভৱ নহ’ব। এপিডিচিএলে সেই কাৰণে নতুন কৌশলৰে উপভোক্তাৰ পৰা অধিক মাচুল আদায়ৰ প্ৰস্তাৱ নিয়ামক আয়োগক দাখিল কৰিছে।

প্রস্তাৱটোত উল্লেখ কৰা হৈছে যে এপিডিচিএলে ২০২৫-২৬ বিত্তীয় বর্ষত ১২,০১৫ নিযুত ইউনিট বিদ্যুৎ গ্রাহকক বিক্ৰীৰ লক্ষ্য লৈছে। ইয়াৰে একেবাৰে নগণ্য পৰিমাণৰ বিদ্যুতহে অসমে নিজাকৈ উৎপাদন কৰে। গতিকে বিদ্যুৎ ক্রয়ত সৰ্বাধিক পৰিমাণৰ ধন ব্যয় হ’ব। প্ৰস্তাৱত উল্লেখ কৰা অনুসৰি, আগন্তুক বিত্তীয় বর্ষটোত কমেও ১০,২০৪.৭৫ কোটি টকা ব্যয় হ’ব। একেদৰে বিদ্যুৎ বিভাগটো পৰিচালনাৰ বাবদ ব্যয় হ’ব কমেও ১,৬৯৫ কোটি টকা।

আনহাতে, বিষয়া-কৰ্মচাৰীৰ বাবদ ব্যয় হ’ব কমেও ১,০৯৬.৮০ কোটি টকা। গতিকে সর্বমুঠ ব্যয় হ’ব ১২,৯৯৬.৩০ কোটি টকা। ইয়াৰে ১,৩০০ কোটি টকা বিভিন্ন উৎসৰ পৰা এপিডিচিএলে লাভ কৰিব। সেয়েহে বাকী ৰোৱা ১১,৬৫২.৪৯ কোটি টকা মাচুলৰ জৰিয়তে সংগ্রহ কৰাৰ বিকল্প নাই। এই পৰিমাণৰ ব্যয় সংগ্ৰহ কৰিবলৈ প্রতিষ্ঠানটোৱে প্রতি ইউনিট বিদ্যুতৰ মূল্য গড়ে ৯.৭০ টকা ধার্য কৰিছে। ২০২৪-২৫ত এই পৰিমাণ আছিল ৯.৫৫ টকা। অর্থাৎ গড়ে ন্যূনতম ১৫ পইচাকৈ সকলো শ্ৰেণীৰ উপভোক্তাৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ কৰিছে।

উল্লেখ্য যে মাচুল বৃদ্ধিৰ কৌশল হিচাপে এপিডিচিএলে নিয়ামক আয়োগক ২০২৫-২৬ৰ বাবে যি প্রস্তাৱ দাখিল কৰিছে, তাত দিনটোৰ ২৪ ঘণ্টাক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল- সৌৰ ঘণ্টা, সর্বোচ্চ চাহিদা ঘণ্টা আৰু নৈশ ঘণ্টা। পূর্বে তথা বর্তমান সর্বোচ্চ চাহিদা আৰু সর্বনিম্ন চাহিদা হিচাপেহে দুটা ভাগত ভাগ কৰি বিদ্যুৎ যোগান ধৰি অহা হৈছে। সর্বোচ্চ চাহিদাৰ সময় হ’ল সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ বজালৈ আৰু সৰ্বনিম্ন চাহিদাৰ সময় হ’ল নিশা ১০ বজাৰ পৰা পাছদিনা সন্ধিয়া পাঁচ বজালৈ।

ইয়াৰ বিপৰীতে প্ৰস্তাৱিত নতুন ব্যৱস্থাত সর্বোচ্চ চাহিদাৰ সময় ধৰা হৈছে সন্ধিয়া পাঁচ বজাৰ পৰা মাজনিশা ১২ বজালৈ, নৈশ ঘণ্টাৰ সময় ধৰা হৈছে নিশ ১২ বজাৰ পৰা পুৱা পাঁচ বজালৈ আৰু সৌৰ ঘণ্টাৰ সময় ধৰা হৈছে পুৱা ছয় বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ। সর্বোচ্চ চাহিদাৰ সময়ত প্রতি ইউনিট বিদ্যুৎ মাচুলৰ মূল্য আন দুটা ঘণ্টাৰ তুলনাত বৃদ্ধি কৰা হৈছে। তদুপৰি সৰ্বোচ্চ চাহিদাৰ সময়ো বৰ্তমানতকৈ দুঘণ্টা বৃদ্ধি কৰা হৈছে। এনেদৰেই লুণ্ঠনৰ নতুন কৌশল গ্রহণৰে গড়ে ন্যূনতম ১৫ পইচাকৈ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ এপিডিচিএল উঠি পৰি লাগিছে।

দুর্নীতি, নিজা বিদ্যুৎ উৎপাদনত ব্যৰ্থতা আদিৰ পৰিণাম সাধাৰণ উপভোক্তাক ভুগিবলৈ এৰি দিছে এপিডিচিএলে। অসমে নিজাববীয়াকৈ মাত্র ৩২০ মেগাৱাট বিদ্যুতহে উৎপাদন কৰে। গতিকে কমেও ২৪০০ মেগাৱাটলৈ চাহিদা বৃদ্ধি হোৱা ৰাজ্যখনে বাহিৰা উৎসৰ পৰাই অধিক মূল্যত বিদ্যুৎ দৈনিক ক্ৰয় কৰি থাকিবলৈ বাধ্য হৈছে। অথচ নিজাববীয়া বিদ্যুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ সম্পূৰ্ণ সুযোগ ৰাজ্যখনৰ আছে আৰু সেই কথা সঘনে আওৰাই আহিছে বিভাগটোৰ মন্ত্রী-আমোলা, শীর্ষ বিষয়াসকলে।

পৰিতাপৰ বিষয় এয়ে যে অসমৰ নিজা উৎপাদন ক্ষমতা ৪৫০ মেগাৱাটৰো অধিক যদিও সেয়াও উৎপাদন কৰাত ব্যৰ্থ হৈছে ৰাজ্যখন। চৰকাৰ তথা শক্তি বিভাগে ইচ্ছাকৃতভাৱেও নিজা উৎপাদনৰ পৰিমাণ বৃদ্ধিক আওকাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চর্চা অনুসৰি, বিভাগটোৰ সফলতা মন্ত্রী-আমোলাৰ মুখৰ কথাতহে আবদ্ধ হৈ ৰৈছে। সাধাৰণ উপভোক্তাৰ মূৰত মাচুল বৃদ্ধিৰে কঁঠাল ভাঙি এনে সফলতা দাবী কৰি অহা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLAssam Electricity Regulatory CommissionIncrease Fees
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d